• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্যত মৃত নিগনি উদ্ধাৰ; ছীল কৰি দিয়া হ’ল ৰেষ্টুৰেণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 2:21 pm
252
VIEWS
Share on FacebookShare on Twitter

আহমেদাবাদৰ এখন ৰেষ্টুৰেণ্টত ২০ জুনত পৰিবেশন কৰা সাম্ভাৰত এহাল দম্পতীয়ে “মৃত নিগনি” পোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত ছীল কৰা হয় নিকোল অঞ্চলত অৱস্থিত ৰেষ্টুৰেণ্ট।

পত্নীৰ সৈতে অবিনাশে দেৱী ডোছা পেলেচ নামৰ ৰেষ্টুৰেণ্টত দম্পতীহালে ডোছাৰ খাবলৈ গৈছিল। তেওঁলোকৰ অৰ্ডাৰ অহাৰ আগতেই তেওঁলোকক সাম্ভাৰ আৰু চাটনি দিয়া হৈছিল।সেই সময়তে অবিনাশৰ সাম্ভাৰৰ মাজত “মৃত নিগনি” পোৱা বুলি অভিযোগ উঠিছে।

অবিনাশে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলক ততাতৈয়াকৈ সতৰ্ক কৰি দিয়াৰ লগতে আহমেদাবাদৰ পৌৰসভা কৰ্তৃপক্ষকো খবৰ দিয়ে। ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰাৰ লগে লগে কৰ্তৃপক্ষই ছীল কৰি দিয়ে।

আহমেদাবাদ পৌৰ নিগমে ছীল কৰাৰ সময়ত এখন জাননীত উল্লেখ কৰিছে যে পাকঘৰটো মুকলিত থকাৰ বাবে খাদ্যৰ ভিতৰত জীৱ বা পোক-পৰুৱা পৰি যোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে হোটেলখন বন্ধ থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd