• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগৰতলা বিমান বন্দৰত ১৭০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ ৩জন

পিনাকী দাস by পিনাকী দাস
December 14, 2018 7:18 am
IMG-20181213-WA0045
797
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী আৰু বিমানবন্দৰ আৰক্ষীয়ে ১৭০ কেজি গাঞ্জাসহ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত গাঞ্জাখিনি আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত কলিকতালৈকে লৈ যোৱাৰ বাবে বুক কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে।

গাঞ্জাখিনি সম্পৰ্কে তথ্য লাভ কৰাৰ পাছত এনচিচি আৰক্ষী থানাৰ মহকুমা আৰক্ষী বিষয়া ধ্ৰুব নাথে বিমান বন্দৰলৈ দৌৰি আহে আহে এয়াৰ ইণ্ডিয়াৰ সহকাৰী প্ৰবন্ধক (নিৰাপত্তা) সঞ্জীত গেব বৰ্মনৰ সৈতে এই অভিযানটোৰ নেতৃত্ব দিয়ে।

গাঞ্জাখিনি প্ৰতিটো পেকেটত ১০ কেজি হিচাপত ১৭টা পেকেটত অনা হৈছিল। এই সমগ্ৰ পেকেটকেইটা থাৰ্মক’লৰ বাকছত লুকুৱাই অনা হৈছিল। এয়াৰ ইণ্ডিয়াৰ কাৰ্গো ছেকশ্যনত এই গাঞ্জাখিনি মাছ বুলি কোৱা হৈছিল। কিন্তু এক্সৰে’ স্কেনিঙৰ সময়ত সতৰ্ক নিৰাপত্তাৰক্ষীয়ে গম পাইছিল যে সেই চালানখিনি মাছ নহয় অন্য কিবাহে অনা হৈছে। সেয়েহে নিৰাপত্তাৰক্ষীসকলে আৰক্ষীৰ উপস্থিতিত মানুহেৰে পৰীক্ষা কৰাৰ বাবে আগবাঢ়িছিল। সেইসময়ত বাকছসমূহত লুকুৱাই অনা শুকান গাঞ্জাখিনি ধৰা পৰিছিল।

লগে লগে কেৰিং এজেঞ্চীৰ কৰ্মচাৰী অমিতাভ দত্তক গ্ৰেপ্তাৰ কৰা হয়। জেৰা সময়ত আৰক্ষীয়ে বাপি চৌধুৰী আৰু পৰিমল দত্ত নামৰ আৰু দুজন লোকৰ তথ্য লাভ কৰে। বাপী চৌধুৰী হৈছে কেৰিং এজেঞ্চীটোৰ মালিক। পৰিমল দত্তৰ মতে বাপি চৌধুৰী হৈছে চালানকাৰী।

উল্লেখ্য যে বিজেপি-আইপিএফটি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিগত ৯ মাহত মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। এই সময়চোৱাত নিৰাপত্তাৰক্ষীসকলে ৬৪০০০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে শতাধিক ড্ৰাগ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে গাঞ্জাৰ বাহিৰেও হিৰে’ইন, ব্ৰাউন ছুগাৰ, য়াবা টেবলেট আৰু আন আন বে-আইনীভাৱে সৰাবৰাহ কৰা চালান বিপুল মাত্ৰাত জব্দ কৰা হৈছে।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd