• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাৰাষ্ট্ৰৰ ক’ৰ’নাৰ সংক্ৰমণক লৈ চিন্তা ব্যক্ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2020 9:10 pm
Corona

কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্প্ৰে কৰি থকা অৱস্থাত

455
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, দিল্লীৰ সঞ্চালক ড০ ৰণদ্বীপ গুলেৰিয়াই ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধে চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে।

‘‘ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বৰ্দ্ধিত পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত জুন-জুলাই মাহত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰভাৱ সৰ্বাধিক হ’ব,’’ ৰণদ্বীপ গুলেৰিয়াই এইদৰে কয়।

কিন্তু এই ক্ষেত্ৰত বিভিন্ন দিশে ক্ৰিয়া কৰিব বুলি উল্লেখ কৰি জেষ্ঠ চিকিৎসক গৰাকীয়ে এই সম্বন্ধে সময়তহে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব বুলি লগতে কয়।

আনহাতে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে ঘোষণা কৰা ল’কডাউনে কিছু পৰিমাণে ক’ৰ’নাৰ সংক্ৰমণ ৰোধত সহায় কৰিছে যদিও তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ত বৰ্দ্ধিত সংক্ৰমণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে বুলিও তেও মত ব্যক্ত কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ফোনযোগে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে এই সম্পৰ্কত আলোচনা কৰে।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ৫৩,০০০ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭৮৭ গৰাকী ব্যক্তিৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

ভাৰতত বৰ্তমানলৈ মুঠ ১৫,৩৩১ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধণে বৰ্তমানলৈ ভাৰতত কমিউনিটি সংক্ৰমণ হোৱা নাই বুলি  উল্লেখ কৰিলেও মহাৰাষ্ট্ৰৰ বৰ্দ্ধিত সংক্ৰমণৰ ঘটনাক লৈ চিন্তা ব্যক্ত কৰে।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd