• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ মৃদু উপসৰ্গ দেখা দিলেই চিটি স্কেন কৰিব! কি ক’লে এইমছৰ সঞ্চালকে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 9:05 am
554115-randeep-new-750x375

ডাঃ ৰণদীপ গুলেৰিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাই এতিয়া সকলোতে আতংকৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিৰ মাজত আৰটিপিচিআৰ পৰীক্ষাক লৈ বিয়পি পৰা কিছুমান তথ্যই বিভিন্নজনক আৰু অধিক আতংক সৃষ্টি কৰিছে। বহুসময়ত এই পৰীক্ষাত সঠিক ফলাফল পোৱা হোৱা নাই বুলি কোৱা হৈছে।

ইয়াৰ বাবেই এতিয়া কৰ’না আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিবলৈ চিটি স্কেনৰ বাবে মানুহৰ লৰাঢপৰা লাগিছে। বহুতেই কোভিড-১৯ৰ সামান্য উপসৰ্গ দেখা দিলেই চিটি স্কেন কৰিবলৈ দৌৰিছে।

কিন্তু দৰাচলতে চিটি স্কেন কৰাটো জৰুৰীনে? ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া থাকিব পাৰে নেকি সেইবিষয়ে চিকিৎসকসকলে কি কয়?

সোমবাৰে এক সংবাদমেলত এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই এই সম্পৰ্কত কিছু কথা স্পষ্ট কৰে। তেওঁ কয় যে কৰ’নাৰ মৃদু উপসৰ্গ থাকিলেই চিটি স্কেন কৰাৰ প্ৰয়োজন নাই। চিকিৎসকৰ পৰামৰ্শ লৈহে এই পৰীক্ষা কৰা উচিত।

ডাঃ গুলেৰিয়াই কয় যে অতি প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ এক্স-ৰে কৰিব পাৰে। ইয়াৰ ফলত ক্ষতি বহুত কম হ’ব। কিয়নো এবাৰ চিটি স্কেন কৰিলে ৩০০ৰপৰা ৪০০বাৰ বুকুৰ এক্স-ৰে কৰাৰ সমান ক্ষতি হয়।

তেওঁ জানিবলৈ দিয়ে যে ইয়াৰ ফলত পাছত কেঞ্চাৰলৈ গতি কৰিব পাৰে। তদুপৰি, এই ক্ষতি কম বয়সীয়াসকলৰ ক্ষেত্ৰত অধিক হয়। সেয়ে চিটি স্কেনৰ সলনি এক্স-ৰে কৰি লোৱা উচিত। অৱশ্যে এই সকলো চিকিৎসকৰ পৰামৰ্শ লৈ কৰা উচিত।

এইমছ সঞ্চালকগৰাকীয়ে লগতে কয় যে কৰ’নাৰ প্ৰথম পৰ্যায়ত বহুতেই অধিক মাত্ৰাত ষ্টেৰ’য়েড লৈ লৈছে। ইয়াতো উপকাৰতকৈ অধিক ক্ষতি হৈছে। অধিক ষ্টেৰ’য়েড ল’লে নিউম’নিয়া পৰ্যন্ত হ’ব পাৰে আৰু ই হাওঁফাওঁক ক্ষতি কৰিব।

ডাঃ গুলেৰিয়াই কয় যে সাধাৰণ উপসৰ্গত দৰৱ খালেই কৰ’না ভাল হয়। তেনেক্ষেত্ৰত অধিক মাত্ৰাত ষ্টেৰ’য়েড লোৱাৰ কোনো প্ৰয়োজন নাই। পৰিস্থিতিৰ অৱনতি ঘটি বেয়াকৈ আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈহে ষ্টেৰ’য়েড ব্যৱহাৰ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm
গৰ্ভধাৰণৰ অজুহাতত নিঃসন্তান মহিলাক ধ*ৰ্ষণ! উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তান্ত্ৰিক

গৰ্ভধাৰণৰ অজুহাতত নিঃসন্তান মহিলাক ধ*ৰ্ষণ! উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তান্ত্ৰিক

August 24, 2025 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd