• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াৰ ইণ্ডিয়াৰ বিমানৰ খাদ্যত ওলাল ব্লেড; ভুক্তভোগী সাংবাদিক মেথুৰেছ পলে শ্বেয়াৰ কৰিলে অভিজ্ঞতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2024 7:21 pm
913
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বেংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা বিমানৰ ভিতৰত দিয়া খাদ্যত ধাতুৰ ব্লেড পোৱা বুলি দাবী কৰাৰ পাছতে এয়াৰ ইণ্ডিয়াই তদন্ত আৰম্ভ কৰিছে। ৯ জুনত এআই ১৭৫ বিমানত যাত্ৰা কৰাহসাংবাদিক মেথুৰেছ পলে নিজৰ দুখজনক অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

পলে কয় যে তেওঁ এয়াৰ ইণ্ডিয়াৰ ইন-ফ্লাইট কেটাৰিঙৰ দ্বাৰা পৰিবেশন কৰা ফিগ চাট ডিচত ব্লেডখন পাইছিল। এক্সত পলে এটা পোষ্টত লিখিছে, “মই দুই-তিনি ছেকেণ্ড চোবাই খোৱাৰ পাছত বুজিলোঁ যে ই মোৰ খাদ্যত আছে। মই মুখৰ পৰা উলিয়াই পেলোৱাৰ লগে লগে মই বুজিলোঁ যে বস্তুটো এখন ব্লেড৷”

পলে আৰু কয়, “যিকোনো বিমানত ব্লেড থকাটো বিপদজনক। দ্বিতীয়তে, ই মোৰ জিভাখন কাটিব পাৰিলেহেঁতেন। তৃতীয়তে, যদি কোনো শিশুৱে এই খাদ্য খালেহেতেঁন তেন্তে কি হ’লহেঁতেন।”

লগতে অভিযোগ কৰে যে কিছুদিন পাছত এয়াৰ ইণ্ডিয়াই তেওঁক পত্ৰ লিখিছিল আৰু ক্ষতিপূৰণ হিচাপে তেওঁক “পৃথিৱীৰ যিকোনো ঠাইলৈ বিনামূলীয়া বিজনেছ ক্লাছ ভ্ৰমণ”ৰ প্ৰস্তাৱ দিছিল যদিও তেওঁ নাকচ কৰিছিল। পলে কয় যে, ‘সেয়া উৎকোচ আৰু মই ইয়াক গ্ৰহণ নকৰো’।

টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই এক বিবৃতিত এই ঘটনা স্বীকাৰ কৰে৷বিমানৰ ভিতৰত ধাৰাবাহিকভাৱে হোৱা সমস্যাৰ বাবে যাত্ৰীসকলৰ পৰা ক্ৰমাৎ সমালোচনাৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। অসন্তুষ্ট ফ্লাইয়াৰসকলে ছ’চিয়েল মিডিয়ালৈ গৈ অপৰিষ্কাৰ কেবিন, বিকল মনোৰঞ্জন ব্যৱস্থা, আৰু নিম্নমানৰ খাদ্যৰ অভিযোগ উত্থাপন কৰিছে।

তদুপৰি ব্যৱসায়িক শ্ৰেণীৰ যাত্ৰীসকলে বিশেষকৈ লাভ কৰা সেৱাৰ স্তৰৰ সৈতে মিল নোহোৱা টিকটৰ উচ্চ খৰচ সম্পৰ্কীয় সমস্যাৰ ৰিপৰ্ট দিছে। এয়াৰ ইণ্ডিয়াই ক্ষমা বিচাৰি অভিযোগৰ আভ্যন্তৰীণ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Recent News

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd