• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে এয়াৰ টেক্সি : ট্ৰেফিক জামৰ বাবে আৰু ভুগিব নালাগে নৰক যন্ত্ৰণা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 10, 2023 5:07 pm
772
VIEWS
Share on FacebookShare on Twitter

ট্ৰেফিক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ ২০২৬ চনত ভাৰতত মুকলি কৰা হ’ব এয়াৰ টেক্সি।

২০২৬ চনৰ ভিতৰত দেশত মুকলি হ’বলৈ গৈ আছে ইলেক্ট্ৰিক এয়াৰ টেক্সি । বৃহস্পতিবাৰে ইন্টাৰগ্ল’ব এণ্টাৰপ্ৰাইজে ভাৰতলৈ এয়াৰ টেক্সি আনিব বুলি ঘোষণা কৰে। এই এয়াৰ টেক্সিখন ইন্টাৰগ্ল’ব আৰু আমেৰিকান কোম্পানী আৰ্চাৰ এভিয়েশনৰ যৌথ পদক্ষেপত অনা হ’ব।

ইন্টাৰগ্ল’ব আৰু আৰ্চাৰ এভিয়েশনৰ মতে, বিশ্বৰ জনবহুল দেশসমূহত যান-জঁট সমস্যা এটা ডাঙৰ সমস্যা। জনসংখ্যা আৰু বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পথসমূহত যান-জঁটো বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত এয়াৰ টেক্সিয়ে সমাধান দিব। 

আমেৰিকাৰ আৰ্চাৰ এভিয়েশনে বৈদ্যুতিক প্ৰযুক্তিৰে উলম্ব উৰণ আৰু অৱতৰণৰ বাবে এই বিমান নিৰ্মাণ কৰিছিল। ইয়াক বিমান পৰিবহণৰ ভৱিষ্যত বুলি কোৱা হয়। 

উল্লেখ্যয যে, ই-এয়াৰক্ৰাফ্ট বা এয়াৰ টেক্সিক ‘মিডনাইট’ বুলি কোৱা হয়। এই টেক্সিখনত পাইলট অবিহনে সৰ্বাধিক চাৰিজন যাত্ৰী কঢ়িয়াব পাৰিব। বৰ্তমান এই এয়াৰ টেক্সি সৰ্বাধিক ১০০ মাইল বা ১৬১ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে।

জানিব পৰা মতে, দিল্লীত প্ৰাৰম্ভিক পৰ্যায়ত মুকলি কৰা হ’ব এয়াৰ টেক্সি। ২০০খন বিমানেৰে এই সেৱা আৰম্ভ কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত বেংগালুৰু আৰু  মুম্বাইতো আৰম্ভ হ’ব এয়াৰ টেক্সি সেৱা।

এয়াৰ টেক্সিয়ে দূৰত্ব অতিক্ৰম কৰিবলৈ মাত্ৰ ৭ মিনিট সময় লাগে যিটো গাড়ীৰে কমেও ৬০ৰ পৰা ৯০ মিনিট সময় লাগে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd