• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলিউদ চিলেব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্ক, চৰ্চাত এয়াৰটেল গাৰ্ল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2020 4:03 pm
Airtel girl Sasha Chettri dating bollywood celebrity?

শাশা ছেত্ৰী। ছবি সৌজন্য-- ইনষ্টাগ্ৰাম।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাশা ছেত্ৰী, এয়াৰটেল গাৰ্লৰূপে জনপ্ৰিয় হৈ পৰা যুৱতীগৰাকী এতিয়া প্ৰেমৰ সম্পৰ্কৰ বাবে চৰ্চিত হৈছে।

খবৰমতে, এয়াৰটেল গাৰ্ল প্ৰেমত পৰিছে বলিউদৰ জনাজাত সংগীত পৰিচালক আৰু গায়ক শচীন গুপ্তাৰ সৈতে।

গুপ্তাই ফাইন্দিং ফেনি, মেৰে দেদ কি মাৰুতি আৰু টেবল নাম্বাৰ ২১ আদি বহুকেইখন বলিউদ ছবিত সংগীত কৰিছে।

এয়াৰটেল গাৰ্ল শাশাৰ সৈতে প্ৰেমক লৈ চৰ্চাৰ বিপৰীতে কাকতালীয়ভাৱে গুপ্তাৰ আগৰগৰাকী প্ৰেমিকাৰ নামো আছিল “শাশা” আঘা।

এয়াৰটেলৰ এডৰ জৰিয়তে শাশা ছাত্ৰীয়ে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল আৰু দেশজুৰি ঘৰুৱা আৰু পৰিচিত মুখত পৰিণত হৈছিল।

নাম নাজানিলেও লাখ লাখ মানুহৰ বাবে ছেত্ৰীৰ মুখখন চিনাকী হৈ পৰিছিল।

মডেলৰূপে সুখ্যাতি আৰ্জিবলৈ সক্ষম হোৱা শাশা ডেৰাডুনৰ যুৱতী।

View this post on Instagram

In between shots!! ???????

A post shared by Sasha Chettri (@ricksharani) on Nov 20, 2019 at 2:04am PST

ডেৰাডুনৰ ব্ৰাইটলেণ্ড স্কুলত শিক্ষাজীৱন আৰম্ভ কৰা শাশাই ৱেলহাম গাৰ্লছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল।

পিছ্ত তেওঁ মুম্বাইৰ চেণ্ট জেভিয়াৰ্ছ ইনষ্টিটিউট অৱ কমিউনিকেচনৰ পৰা বিজ্ঞাপনৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

August 15, 2025 7:31 pm
পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

August 15, 2025 7:31 pm
পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd