• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা মাহৰ পৰা বৃদ্ধি পাব এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 12:05 pm
airtel
382
VIEWS
Share on FacebookShare on Twitter

দেশৰ দুই আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভাৰতী এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ অহা মাহৰ পৰা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ছেপ্তেম্বৰৰ মাজভাগ অথবা অক্টোৱৰৰ প্ৰথমভাগৰ পৰা এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰ্বাচিত প্লেনৰ নিৰিখ প্ৰায় ১০ শতাংশ বৃদ্ধি কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে টেলিকম কোম্পানী সমূহক আদায় দিবলৈ কোৱা এজিআৰ অৰ্থাৎ এডজাষ্টেড গ্ৰছ ৰেভিনিউৰ জোৰা মাৰিবলৈয়েই কোম্পানী কেইটাই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ প্ৰায় ১০ শতাংশ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

যদি কোম্পানী দুটাই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ ১০ শতাংশ বৃদ্ধি কৰে তেন্তে গ্ৰাহকে ওপৰঞ্চি ভালেখিনি ধন ভৰিবলগীয়া হ’ব।

উল্লেখ্য এজিআৰ আদায় দিয়াৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত টেলিকম কোম্পানী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দীৰ্ঘ দিন ধৰি এখন যুঁজ চলি আছে।

টেলিকম কোম্পানী সমূহে এজিআৰ আদায় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা ২০ বছৰৰ সময় বিচাৰি আছে।

সূত্ৰটোৱে সদৰী কৰা মতে টেলিকম কোম্পানী দুটাই ৰাজহৰ পৰিমাণ বৃদ্ধিৰ বাবেই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ  ১০ শতাংশ বৃদ্ধি কৰাৰ কথা ভাবিছে।

অৱশ্যে বিষয়টো সন্দৰ্ভত ভাৰতী এয়াৰটেল আৰু ভোডাফোন-আইডিয়াই স্পষ্টকৈ একো কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd