• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিলে কোনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 9:21 pm
AK Mittal sworn in as new Chief Justice of Meghalaya HC

শপতগ্ৰ্ৰহণ কৰা অৱস্থাত ৰাজ্যপাল তথাগত ৰয়ৰ সৈতে ন্যায়াধীশ এ কে মিত্তাল। ছবি-- নৰ্থ ইষ্ট নাও।

1.1k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে শপত লৈ ন্যায়াধীশ অজয় কুমাৰ মিত্তাল হ’লগৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ।

মেঘালয়েৰ ৰাজ্যপাল তথাগত ৰয়ে শ্বিলঙৰ ৰাজ ভৱনত মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মিত্তালক শপত বাক্য পাঠ কৰোৱায়।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৮ এ’প্ৰিলত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মিত্তালৰ নাম পৰামৰ্শ আগবঢ়োৱাৰ পিছত শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নিযুক্তি দিছিল।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে সেৱা আগবঢ়াই অহা ন্যায়াধীশ মিত্তাল মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মহম্মদ য়াকুব মিৰৰ স্থানাভিষিক্ত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে ন্যায়াধীশ মহম্মদ য়াকুব মিৰে অৱসৰ গ্ৰহণ কৰিছে।

১৯৫৮ চনৰ ৩০ চেপ্তেম্বৰত চন্দিগড়ত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ মিত্তালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা ১৯৭৭ চনত প্ৰায় বিচ বছৰ বয়সত বি কম (সন্মানসহ) ডিগ্ৰী আৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তাৰ পৰৱৰ্তী পৰ্য্যায়ত ন্যায়াধীশ মিত্তালে ১৯৮০ চনত একেখন দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্তি অৱ লৰ পৰা এল এল বি ডিগ্ৰী পাবলৈ সক্ষম হয়।

তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহী মুখ্য ন্যায়াধীশৰূপে ২০১৮চনৰ ৪ মে’ৰ পৰা ২০১৮ চনৰ ২ জুনলৈকে দায়িত্ব চলাইছিল।

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd