• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰোৱাৰী মহিলা সন্মিলনৰ শিৱসাগৰ শাখাৰ দ্বাৰা কল্যাণ বৃদ্ধাশ্ৰমত গৰম কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 29, 2018 1:38 pm
IMG-20181227-WA0013
300
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন শিৱসাগৰ শাখাই শুকুৰবাৰে শিৱসাগৰ জিলাৰ খোৱাঙত থকা কল্যাণ বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰাৰ লগতে মিঠাই, হৰলিক্স, কমলা,  আপেল, বিস্কুট, মুড়ী, কেকৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।

মহিলা সন্মিলনৰ শিৱসাগৰ শাখাৰ অধ্যক্ষা সৰোজ চৌখানী আৰু ৰাষ্ট্ৰীয় সহ সচিব কৃষ্ণা খেকাৰ নেতৃত্বত ললিতা মিট্টাল আৰু সবিতা আগৰৱালে এই সামগ্ৰীসমুহ বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী আৱাসীক প্ৰদান কৰে।

মাৰোৱাৰী মহিলা সন্মিলনৰ সদস্য সকলে বৃদ্ধ আশ্ৰমৰ আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ অভিযোগ, সমস্যাৱলী বুজ লয়। আৱাসী সকলৰ মাজত থকা এগৰাকী কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিয়াৰ লগতে পৰিচালিকসকলক এই বৃদ্ধ ৰোগীগৰাকীক বিশেষভাৱে চোৱাচিতা কৰিবলৈ অনুৰোধ জনায়।

উল্লেথ্য যে, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ শাখা সমুহৰ ভিতৰত অন্যতম সক্ৰিয় শাখা। প্ৰতি বছৰে এই শাখাটোৱে বিভিন্ন জন- কল্যাণমূলক কাম কৰি আহিছে। কাৰাগাৰৰ মহিলা কয়দীসকলৰ মাজত চেনিটেৰী নেপকিন বিতৰণ,  অনাথ আশ্ৰম শিশুসকলৰ মাজত তেওঁলোকৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কৰা আদি কাম কৰি আহিছে মহিলা সন্মিলনৰ এই শাখাটোৱে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd