• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমবাসী ৰাইজলৈ কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠি; বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান

"বিজেপি বিৰোধী আৰু "কা" বিৰোধী আটাইতকৈ যোগ্য প্ৰাৰ্থীক নিৰ্বাচনত ভোট দিবলৈ আহ্বান" কাৰাবন্দী নেতা অখিল গগৈৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
March 20, 2021 3:16 pm
Akhil Gogoi

অখিল গগৈ। ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৰাইজৰ দলৰ উপদেষ্টা ড° সীতানাথ লহকৰে এক সংবাদমেল অনুষ্ঠিত কৰি কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠিৰ কিছু বিষয় ৰাইজৰ মাজলৈ দাঙি ধৰে।

উক্ত চিঠিখনত ৰাইজক উদ্দেশ্যি অখিল গগৈৰ আহ্বান “কাৰাগৰৰ পৰাই মই সকলোলৈকে মোৰ নমস্কাৰ জনালো। আপোনালোকে জানে মোৰ কাৰাৰুদ্ধ জীৱনে ১৫ মাহ অতিক্ৰম কৰিলে। বিজেপি চৰকাৰখনে মোক ২ বছৰ জেলত ৰাখিলে। মই নাজানো মোৰ ভৱিষ্যত কি? কিন্তু মই বুজি উঠিছো যে বিজেপিৰ শাসনত অসম আৰু অসমবাসীৰ ভৱিষ্যত অন্ধকাৰ। এই দলটোৱে দেশৰ সকলো সম্পদ এফালৰ পৰা বিক্ৰী কৰাৰ লগতে অসমৰ ভৱিষ্যত দিল্লীৰ ওচৰত বন্ধকত দিছে।‘’

আগন্তুক বিধানসভা নিৰ্বাচনক উদ্দেশ্যি তেওঁ কয়, “২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক আমি আটায়ে মিলি পৰাভূত কৰিব লাগিব। অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য্য। আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো আলাপ আলোচনা কৰিছিলো।”

“আমি সৰ্বমুঠ ৮৬টা সমষ্টিৰ ২১টা সমষ্টিত প্ৰাৰ্থীত্ব দিছোঁ। মৰিয়নী সমষ্টিৰ প্ৰাৰ্থিত্ব মই নিজেই উঠাই ললোঁ কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত। উজনি অসম আৰু উত্তৰ অসমৰ সমষ্টিত বিজেপিৰ জিকাৰ সম্ভাৱনা আছে বাবেই আমি ভেটা দিবলৈ সকলো কৰিলো কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ এই সীমিত সমষ্টি সমূহতো আমাৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আঞ্চলিক দল তথা ৰাষ্ট্ৰীয় দলে প্ৰাৰ্থিত্ব দিলে, ৰাজহুৱা প্ৰতিশ্ৰুতিৰ পাছতো মোৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়া হ’ল। সেইবাবে মোৰ সকলো অসমবাসী ৰাইজলৈ বিনম্ৰ আহ্বান এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিজেপি বিৰোধী আৰু “কা” বিৰোধী প্ৰাৰ্থীক জয়যুক্ত কৰক আৰু অসমখনক বচাওঁক,”-কাৰাবন্দী অখিল গগৈৰ আহ্বান।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans
ADVERTISEMENT

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

August 13, 2025 3:50 pm
বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd