• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমবাসী ৰাইজলৈ কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠি; বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান

"বিজেপি বিৰোধী আৰু "কা" বিৰোধী আটাইতকৈ যোগ্য প্ৰাৰ্থীক নিৰ্বাচনত ভোট দিবলৈ আহ্বান" কাৰাবন্দী নেতা অখিল গগৈৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
March 20, 2021 3:16 pm
Akhil Gogoi

অখিল গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৰাইজৰ দলৰ উপদেষ্টা ড° সীতানাথ লহকৰে এক সংবাদমেল অনুষ্ঠিত কৰি কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠিৰ কিছু বিষয় ৰাইজৰ মাজলৈ দাঙি ধৰে।

উক্ত চিঠিখনত ৰাইজক উদ্দেশ্যি অখিল গগৈৰ আহ্বান “কাৰাগৰৰ পৰাই মই সকলোলৈকে মোৰ নমস্কাৰ জনালো। আপোনালোকে জানে মোৰ কাৰাৰুদ্ধ জীৱনে ১৫ মাহ অতিক্ৰম কৰিলে। বিজেপি চৰকাৰখনে মোক ২ বছৰ জেলত ৰাখিলে। মই নাজানো মোৰ ভৱিষ্যত কি? কিন্তু মই বুজি উঠিছো যে বিজেপিৰ শাসনত অসম আৰু অসমবাসীৰ ভৱিষ্যত অন্ধকাৰ। এই দলটোৱে দেশৰ সকলো সম্পদ এফালৰ পৰা বিক্ৰী কৰাৰ লগতে অসমৰ ভৱিষ্যত দিল্লীৰ ওচৰত বন্ধকত দিছে।‘’

Apply Now

আগন্তুক বিধানসভা নিৰ্বাচনক উদ্দেশ্যি তেওঁ কয়, “২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক আমি আটায়ে মিলি পৰাভূত কৰিব লাগিব। অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য্য। আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো আলাপ আলোচনা কৰিছিলো।”

“আমি সৰ্বমুঠ ৮৬টা সমষ্টিৰ ২১টা সমষ্টিত প্ৰাৰ্থীত্ব দিছোঁ। মৰিয়নী সমষ্টিৰ প্ৰাৰ্থিত্ব মই নিজেই উঠাই ললোঁ কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত। উজনি অসম আৰু উত্তৰ অসমৰ সমষ্টিত বিজেপিৰ জিকাৰ সম্ভাৱনা আছে বাবেই আমি ভেটা দিবলৈ সকলো কৰিলো কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ এই সীমিত সমষ্টি সমূহতো আমাৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আঞ্চলিক দল তথা ৰাষ্ট্ৰীয় দলে প্ৰাৰ্থিত্ব দিলে, ৰাজহুৱা প্ৰতিশ্ৰুতিৰ পাছতো মোৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়া হ’ল। সেইবাবে মোৰ সকলো অসমবাসী ৰাইজলৈ বিনম্ৰ আহ্বান এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিজেপি বিৰোধী আৰু “কা” বিৰোধী প্ৰাৰ্থীক জয়যুক্ত কৰক আৰু অসমখনক বচাওঁক,”-কাৰাবন্দী অখিল গগৈৰ আহ্বান।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd