• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ হিংসাৰ বাবে আৰ এছ এছ, বিজেপিক জগৰীয়া অখিল গগৈৰ; ৰাষ্ট্ৰপতিৰ শাসনৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 9:27 am
1.5k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে চুবুৰীয়া ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ কাৰণ “আৰ এছ এছ আৰু বিজেপিৰ অভিসন্ধি” বুলি উল্লেখ কৰি মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায়।

গগৈয়ে লগতে মণিপুৰৰ এন বীৰেণ সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অঞ্চলটোত দুমাহতকৈ অধিক সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

‘মণিপুৰত অস্থিৰতা বিৰাজ কৰিছে, কিন্তু কোনোৱে গুৰুত্ব দিয়া দেখা নাই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনেও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই।’ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি গগৈয়ে এইদৰে কয়।

যোৱা ৪ মে’ত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি খোজ কঢ়াই এদল পুৰুষে নিৰ্যাতন চলোৱা ভয়ানক কাণ্ড প্ৰতিফলিত কৰা এটা ভিডিঅ’ৰ পিছত তেওঁৰ এই বক্তব্য প্ৰকাশ পাইছে।

দেশজুৰি ক্ষোভৰ সৃষ্টি কৰা এই অতি নিন্দনীয় কাণ্ডৰ সৈতে জড়িত চাৰিজন ব্যক্তিক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: ‘প্ৰট’কল, বিশেষাধিকাৰ নহয়’; উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা আৰু ৰাজ্য চৰকাৰৰ পদত্যাগৰ দাবী জনাই গগৈয়ে অঞ্চলটোৰ পৰা অহা হিংসাত্মক ঘটনাৰ খবৰক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে।

তেওঁৰ অভিযোগ, ‘এয়া নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰকে ধৰি আৰ এছ এছ আৰু বিজেপিৰ দ্বাৰা পৰিচালিত ডিজাইন। তেওঁলোকে ইচ্ছাকৃতভাৱে মণিপুৰৰ জনসাধাৰণক মেৰুকৰণৰ প্ৰয়াস কৰিছে।’

Recent News

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd