• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কথা নুশুনিলে আমি ভাৰতৰ লগত নাথাকো : অখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2019 9:13 am
27-01-19 Tinsukia- Akhil Gogoi with various organisations protest rally (7)

তিনিচুকীয়াৰ পানীতোলাত ৭০ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ দেওবাৰে বিধেয়ক বিৰোধী সমাৱেশ। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ভাৰতে যদি অসমক সন্মান দিয়ে তেন্তে ভাৰতৰ সৈতে অসম থাকিব, যদি ভাৰতে সন্মান দিব নোৱাৰে তেন্তে ভাৰতৰ সৈতে অসম নাথাকে,’’- ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত তথা ৰাইজৰ সহযোগত তিনিচুকীয়াৰ পানীতোলা ৰূপহী পুখুৰী প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বাতিলৰ দাবীত আয়োজন কৰা বিশাল গণ সমাৱেশত ভাষণ দি এইদৰে কয় অখিল গগৈয়ে।

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই বিধেয়ক বিৰোধী সভাখনত ভাষণ দি গগৈয়ে কয় যে আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ নালাগে। মুখ্য মন্ত্ৰী সোণোৱালে কৈছে যে অখিল গগৈয়ে মিছা কথা কৈছে। ইপিনে হিমন্ত বিশ্ব শৰ্মা আৰু এখোপ চ’ৰা। মোক দেখিলেই তেওঁৰ মূৰ গৰম হৈ যায়।

গগৈয়ে লগতে কয় যে বিজেপি আৰু আৰ এছ এছৰ এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহক ভাৰতীয় হ’বলৈ কৈছে। আমাৰ সকলো ত্যাগ কৰি অকল ভাৰতীয় হ’বলৈ কৈছে। অসমীয়াই কোনো কাৰণতে ইয়াত মান্তি নহয়।

এই বিজেপি চৰকাৰখন আটাইতকৈ মিছলীয়া চৰকাৰ বুলি কৈ জাতি-মাটি-ভেটিৰ প্ৰতিশ্ৰুতি সকলো মিছা বুলিও দোহাৰে অখিল গগৈয়ে।

মুখ্য মন্ত্ৰী সোণোৱালক লক্ষ্য কৰি অখিলে কয় যে সৰ্বানন্দ সোণোৱালে নিজকে আৰু অসমীয়া বুলি ক’বলৈ এৰিলে। তেওঁ এতিয়া ‘জয় আই অসম’ৰ সলনি ‘ভাৰত মাতা কি জয়’ বুলিহে কয়।

হিমন্তৰ টোপনি নোহোৱা কৰি দিছো বুলি দাবী কৰি হাঁহি হাঁহি অখিলে কয় যে কৃষক মুক্তি কৰি কটন কলেজত গৈয়ে হিমন্তক কলেজৰ পৰা বাহিৰ কৰি দিলো, ৰাজনীতিত দপদপাই থকা মানুহটোক ধৰা পেলাই বেয়া মানুহ বুলি প্ৰমান কৰি দিলো।

অখিল গগৈয়ে লগতে কয় যে এতিয়া আপোনালোকে দেখিছে হিমন্তই কপালত ফোঁট লৈ আৰ আৰ এছ, বিজেপিৰ গোটেইটো গোঁসাই, কিন্তু ‘অতি ভক্তি চোৰৰ লক্ষণ’ অসমৰ সকলোৱে জানে।

৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আয়োজিত এই বিশাল গণ সমাৱেশত সংগঠনসমূহৰ কেইবাজনো নেতাই ভাষণ দি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd