• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ লক্ষ্য বিধায়ক অখিল গগৈৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 29, 2022 2:39 pm
Akhil Gogoi

ফটো: নৰ্থইষ্ট নাও।

157
VIEWS
Share on FacebookShare on Twitter

এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ মন মেলিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে।

আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ শিৱসাগৰবাসীলৈ আহ্বান জনাইছে অখিল গগৈয়ে।

পৌৰসভা নিৰ্বাচন আছে বাবে বিজেপিয়ে বিধায়কৰ কামকাজত বাধা প্ৰদান কৰা বুলি অভিযোগ অখিলৰ।

‘শিৱসাগৰ পৌৰসভা আমাক উপহাৰ দিয়ক, ২মাহৰ ভিতৰত শিৱসাগৰ নগৰখন অসমৰ ভিতৰত চাফচিকুন নগৰ ৰূপে গঢ়ি তুলিম’ বুলি প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে।

লগতে পঢ়ক: বিশ্বনাথৰ মিলনপুৰত ৰহস্যজনকভাবে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বিধায়কগৰাকীয়ে লগতে আগন্তুক ৬ মাহৰ ভিতৰত শিৱসাগৰ নগৰৰ প্ৰত্যেক ঘৰলৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হব বুলিও কয়।

উল্লেখ্য যে আজি বিধায়ক অখিল গগৈয়ে ২০২১-২২বৰ্ষৰ নিজ বিধায়ক পুঁজিৰ ১লাখ ৪০হাজাৰ ৮শ ৮৫টকা ব্যয়ৰে ষ্ট্ৰীটলাইট সংযোগৰ শুভাৰম্ভ কৰে।

শিৱসাগৰৰ ন-পাম গাঁওৰ ১০ নং ৱাৰ্ড আৰু বনফুল নগৰৰ ৯ নং ৱাৰ্ডত এই ষ্ট্ৰীট লাইট সংযোগ কৰা হব।

লগতে পঢ়ক:ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

উল্লেখযোগ্য শিৱসাগৰৰ পৌৰ এলেকাৰ এই অঞ্চলৰ মানুহে বহুদিন ধৰি ষ্ট্ৰীটলাইটৰ আভাৱত ভূগী আছিল।

Recent News

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd