• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2022 12:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯-২০ বিত্তীয় বৰ্ষত বিজেপিয়ে ঘোষণা কৰা অনুসৰি ইয়াৰ সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা। সকলো ৰাজনৈতিক দলৰ মুঠ সম্পদৰ প্ৰায় ৭০ শতাংশ সম্পদ আছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ হাতত।

শুকুৰবাৰে নিৰ্বাচনী সংস্কাৰ বিষয়ত পৰ্যবেক্ষণ সংস্থা এছ্যচিয়েশ্যন ফৰ ডেম’ক্ৰিএটিক ৰিফৰ্মছ (এডিআৰ)ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভিতৰত বিএছপিয়ে ৬৯৮.৩৩কোটি টকাৰ সম্পদেৰে এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আনহাতে, ৫৮৮.১৬কোটি টকাৰ সম্পদেৰে তৃতীয় স্থানত আছে কংগ্ৰেছ।

Apply Now

প্ৰতিবেদন অনুসৰি সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪টা আঞ্চলিক দলে ২০১৯-২০বৰ্ষত ঘোষণা কৰা মুঠ সম্পদৰ পৰিমান হৈছে ক্ৰমে ৬,৯৮৮.৫৭কোটি আৰু ২,১২৯.৩৮কোটি টকা।

লগতে পঢ়ক: অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা : মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া

আঞ্চলিক দলবোৰৰ ভিতৰত সমাজবাদী পাৰ্টিৰ সৰ্বাধিক ৫৬৩.৪৭কোটি টকাৰ সম্পদ আছে। তাৰপাছতে টিআৰএছে ৩০১.৪৭কোটি আৰু এআইএডিএমকেই ২৬৭.৬১কোটি টকাৰ সম্পদেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

প্ৰতিবেদনত কোৱা হৈছে যে সকলোবোৰ অঞ্চলিক দলৰ মুঠ সম্পদৰ প্ৰায় ৯৫.২৭শতাংশেৰে ২,০২৮.৭১৫কোটি টকাৰ সম্পদ আছে শীৰ্ষৰ ১০টা আঞ্চলিক দলৰ হাতত।

প্ৰতিবেদনত ৰাজনৈতিক দলবোৰে ছয়টা প্ৰধান শিতানত ঘোষণা কৰা সম্পদৰ পৰিমান দাঙি ধৰিছে। সেইকেইটা হ’ল জমা সম্পদ, ঋণ আৰু আগধন, এফডিআৰ/ডিপ’জিট, টিডিএছ, বিনিয়োগ আৰু ‘অন্যান্য’ সম্পদ।

লগতে পঢ়ক:গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত নাৰ্চক যৌন নিৰ্যাতনৰ অপচেষ্টা চিকিৎসকৰ, গোচৰ ৰুজু

প্ৰতিবেদনত উলেলেখ কৰা হৈছে যে ২০১৯-২০ বৰ্ষত কংগ্ৰেছে মুঠ আটাইতকৈ বেছি আদায় দিবলগীয়া ধাৰ (লাইবেলিটিছ) ৪৯.৫৫কোটি টকা বা মুঠ আদায় দিবলগীয়া ধনৰ ৬৬.৭২শতাংশ ঘোষণা কৰিছে। ইয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ এই ধাৰৰ পৰিমান হৈছে ১১.৩২কোটি টকা।

প্ৰতিবেদন অনুসৰি, ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় দলসমূহৰ সম্পদৰ ৬৫.৪৮শতাংশেৰে ৫৯৭০.৫৯কোটি টকা ফিক্সড ডিপ’জিট কৰা হৈছিল।

সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪টা আঞ্চলিক ৰাজনৈতিক দলে ঘোষণা কৰা ২০১৯-২০ বৰ্ষত মুঠ অনাদায় ধাৰৰ পৰিমান হৈছে ১৩৪.৯৩কোটি টকা।

লগতে পঢ়ক:ড০ ভি অনন্ত নাগেশ্বৰনক নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি

ইপিনে, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে ICAIৰ নিৰ্দেশনা অনুসৰি দলসমূহক নিৰ্দেশ দিয়া ঋণ গ্ৰহণ কৰা বিত্তীয় প্ৰতিষ্ঠান, বেংক বা সংস্থাৰ বিশদ ঘোষণা কৰাত ব্যৰ্থ হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd