• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা : মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2022 4:27 pm
Nagaon encounter
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মানৱ অধিকাৰ আয়োগে নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা কৃৰ্তী কমল বৰাৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোক স্বতঃপ্ৰণোদিত ভাৱে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

অসম মানৱ অধিকাৰ আয়োগে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক জাননী জাৰি কৰি ৰাজ্য চৰকাৰে ছাত্ৰ নেতাজনক কিয় ক্ষতিপূৰণ দিয়া নাই এই বিষয়ে প্ৰশ্ন কৰে।

Apply Now

সূত্ৰ অনুসৰি, আয়োগে ২৪ জানুৱাৰীত এক স্বতঃপ্ৰণোদিত নিৰ্দেশ জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে মানৱ অধিকাৰ উলংঘনৰ এয়া এক প্ৰাথমিক ঘটনা।

আয়োগৰ সদস্য নৱ কমল বৰাই কয় যে কীৰ্তি কমল বৰাক অন্তৱৰ্তীকালীন সকাহ হিচাপে কিয় ১.৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধৰ দিয়াটো কিয় উচিত নহয় সেই বিষয়ে ব্যাখ্যা কৰিবলৈ অসমৰ মুখ্য সচিবক জাননী জাৰি কৰাটো প্ৰয়োজনীয় বিষয়।

আয়োগে মুখ্য সচিবৰ উত্তৰ তথা বিষয়টোৰ শুনানিৰ পৰৱৰ্তী ২৮ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে।

২২ জানুৱাৰীৰ আৰক্ষীৰ এই গুলীচালনা ঘটনাক বিৰোধী দল আৰু সামাজিক সংগঠনসমূহে আৰক্ষীৰ জংঘল ৰাজৰ প্ৰভাৱ বুলি অভিহিত কৰি কয় যে বৰ্তমানৰ পৰিস্থিতি ১৯৯০ দশকত চলা গুপ্তহত্যাৰ দৰে কাণ্ডতকৈও অধিক বেয়া।

আৰক্ষীয়ে দাবী কৰিছিল যে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন ড্ৰাগছ বিক্ৰীৰ স’তে জড়িত হৈ আছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ পিছতহে আৰক্ষীয়ে ভৰিত গুলী মাৰিছিল।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ নাকচ কৰি কৈছে যে এজন যুৱকক সুৰাপায়ী আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিৰোধ কৰিছিল বাবেই ছাত্ৰ নেতাজনক গুলীচালনা কৰিছিল আৰক্ষীয়ে।

আনহাতে, ঘটনাটোৰ প্ৰতি ৰাজহুৱা সঁহাৰিৰ হেঁচাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৩ জানুৱাৰীত ঘোষণা কৰিছিল যে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া আয়োগে এই আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ তদন্ত কৰিব।

অসম আৰক্ষীয়ে নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আৰক্ষীসকলক পিছদিনা আৰক্ষী ৰিজাৰ্ভলৈ প্ৰেৰণ কৰিছিল।

ইফালে, ঘটনাটোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এতিয়া ৰাইজৰ ৰোষত পৰা বুলিও জানিব পৰা গৈছে।

বিৰোধী ৰাজনৈতিক দলবোৰেও চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আছে।

তদুপৰি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে যদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ভুৱা সংঘৰ্ষত আৰু বহুতো নিৰীহ লোক নিহত হ’ব।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে নিৰীহ লোকসকলক অপৰাধী সজাই হত্যা কৰি আহিছে বিভিন্ন সময়ত।

ৰাজ্যৰ গৃহ বিভাগৰ অধীনত আৰক্ষীয়ে সংঘটিত কৰা সকলোবোৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা বুলি অভিযোগ কৰে দিব্যজ্যোতি শইকীয়াই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd