• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অশান্ত অৰুণাচলত আজি মিচিমি ছাত্ৰ সন্থাৰ ১২ ঘন্টীয়া বন্ধ, গণ সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 9:28 am
arunachal-3-750x375

প্ৰতিবাদকাৰীয়ে দেওবাৰে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ দৃশ্য। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নামনি দিবং ভেলীত মুখ্য কাৰ্যালয় থকা সদৌ ইদু মিচিমি ছাত্ৰ সন্থাই (এআইএমএছয়ু) স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ আৰু আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰী নিহত হোৱাৰ ঘটনাক লৈ আজি ১২ ঘন্টীয়া বন্ধ তথা গণ সমাৱেশৰ আয়োজন কৰিছে।

সদৌ ইদু মিচিমি ছাত্ৰ সন্থাৰ সভাপতি মাপু মিহু আৰু সাধাৰণ সম্পাদক মম্পা লিংগিয়ে প্ৰকাশ কৰা এক জাননী অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধ সন্ধিয়া ৫ বজাত সামৰণি পৰিব। তদুপৰি, পুৱা ৯-৩০ বজাত অ’ল্ড ৰ’ইং গেইটত সমাৱেশ অনুষ্ঠিত হ’ব।

সদৌ ইদু মিচিমি ছাত্ৰ সন্থাৰ নেতাদ্বয়ে জাৰি কৰা জাননী যোগে ৰাজ্যখনৰ সকলো জনসাধাৰণক নামচাই আৰু চাংলাং জিলাত বাস কৰা ছয়টা অনা অৰুণাচলী জনজাতিক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আয়োজন কৰা ধৰ্মঘট তথা গণ সমাৱেশৰ কাৰ্যসূচীত সহযোগ কৰাৰ বাবে আহ্বান জনাইছে।

সন্থাই লগতে উল্লেখ কৰিছে যে এই ধৰ্মঘট আৰু গণ সমাৱেশ অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে মূল্যবান জীৱন আহুতি দিয়া ‘নিৰীহ লোক’ৰ হত্যাৰ প্ৰতিবাদত আয়োজন কৰা হৈছে।

IMG-20190224-WA0046

তেওঁলোকে লগতে জনসাধাৰণক গণ সমাৱেশত উপস্থিত থাকি শক্তি প্ৰদৰ্শনৰ বাবে আহ্বান জনায়।

স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰক লৈ অশান্ত হৈ পৰাৰ পাছত অৰুণাচল চৰকাৰে স্পষ্ট কৰি দিছে যে চৰকাৰে ছয়টা অনা অৰুণাচলী জনজাতিক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ দিয়াৰ বিষয়ত কোনো পদক্ষেপ গ্ৰহণ নকৰে।

নিজৰ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে দেওবাৰে কয়, ‘’ অৰুণাচল প্ৰদেশ চৰকাৰে ইতিমধ্যে স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ গ্ৰহণ নকৰাৰ এক নিৰ্দেশনা গ্ৰহণ কৰিছে। শান্তিৰ স্বাৰ্থত ইজনে সিজনক দোষাৰোপ কৰাৰ সলনি একেলগে আগবাঢ়ি অহা উচিত। হিংসাৰ ফলত নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো অত্যন্ত দুর্ভাগ্যজনক।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd