• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেগাছাছৰ ফোন টেপিং: মিডিয়াত ওলোৱা কথাবোৰ যদি সঁচা হয় তেন্তে সেয়া চিন্তনীয় বিষয়—উচ্চতম ন্যায়ালয়

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2021 8:54 pm
supreme-court_of_India-570x320-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো।

247
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু লোকৰ ফোন টেপিং কৰাৰ বিষয়টোৱে সমগ্ৰ বিশ্বতে জোকাৰণিৰ সৃষ্টি কৰিছে ।

এনে সময়তে আজি উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰামান্নাই কয় যে ২০১৯ চনৰ পৰাঈই ফোন টেপিঙৰ যি অভিযোগ উঠি আহিছে সেই সন্দৰ্ভত কিবা তথ্য সংগ্ৰহৰ ব্যৱস্থা হাতত লোৱা হৈছে নে নাই সেই বিষয়ত তেওঁ অজ্ঞ।

কিন্তু এই সন্দৰ্ভত মিডিয়াত ওলোৱা কথাবোৰ যদি সঁচা হয় তেন্তে সেয়া চিন্তনীয় বিষয়।

জ্যেষ্ঠ অধিবক্তা কপিল চিবালে আজি পেগাছাছৰ ফোন টেপিঙৰ ঘটনাক ব্যক্তিগত অধিকাৰৰ ওপৰত প্ৰচণ্ড আঘাত বুলি আদালতত মন্তব্য কৰে।

উল্লেখ্য দেশৰ ৪০ গৰাকী বচা বচা সাংবাদিকৰ লগতে প্ৰায় ৩০০ লোকৰ ফোন টেপিং হোৱা বুলি সন্দেহ কৰা হৈছে। সেই সাংবাদিকসকলৰ ভিতৰত হিন্দুস্তান টাইমছ,ইণ্ডিয়া টুডে,নেটৱৰ্ক ১৮,দ্য হিন্দু,ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে সংবাদ গোষ্ঠীৰ সাংবাদিক আছে বুলি ধাৰণা কৰা হৈছে।

পেগাছাছে প্ৰযুক্তিৰ সহায়ত এই সাংবাদিকসকলৰ বহু গোপন তথ্য জানিবলৈ সক্ষম হোৱা বুলিও খবৰ ওলাইছে।সাংবাদিকসকলৰ ফোন হেক কৰাৰ তথ্যও ডিজিটেল ফৰেনচিক পৰীক্ষাত ধৰা পৰা বুলি কথা ওলাইছে।

The Wire ৰ দুগৰাকী প্ৰতিষ্ঠাপক সম্পাদকো পেগাছাছৰ ফোন টেপিঙৰ তালিকাতথকা বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ ভিতৰৰে এগৰাকী হ’ল ৰোহিনী সিং।

ফোন টেপ হোৱা সাংবাদিকসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক সাংবাদিক সৈকত দত্ত,ইক’নমিক্স এণ্ড পলিটিকেল উইকলিৰ সম্পাদক প্ৰাঞ্জয় গুহ ঠাকুৰতা,টিভি ১৮ৰ প্ৰাক্তন এংকৰ স্মিতা শৰ্মা, আউটলুকৰ প্ৰাক্তন সাংবাদিক এছএনএম আব্দি,ডিএনএৰ প্ৰাক্তন সাংবাদিক ইফটিকাৰ গিলানী থকা বুলিও তথ্য প্ৰকাশ পাইছে।

The Wire-এ কৰা বিশ্লেষণৰ পৰা এই সন্দেহ এতিয়া অধিক ঘনীভূত হৈ পৰিছে।

Amnesty Internationalৰ ছিকিউৰিটি লেবৰেটৰীতো ফোন টেপিঙৰ এনে তথ্য ভালে খিনি পোহৰলৈ আহিছে।
উল্লেখ্য পেগাছাছৰ ফোন টেপিঙৰ অনুসন্ধান কৰিবলৈ চিপিএমৰ সাংসদ জন ব্ৰিটাছ আৰু অধিবক্তা এম এল শৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰামান্না আৰু ন্যায়াধীশ সূৰ্যকান্তৰ খণ্ডপীঠে আজি এই বিষয়ত শুনানি গ্ৰহণ কৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd