• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাৰ নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা বাহাল থাকিব  : ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 8:27 am
Ram Madhab Brindaban Goswami

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামী। তেজপুৰত, ২৯ ডিচেম্বৰত। ফটো : য়ু বি।

817
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত ভংগ হওঁ হওঁ অৱস্থাত থকা অগপ-বিজেপিৰ মিত্ৰতালৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত নতুন পূৰ্বতকৈ অধিক সুস্থিৰতা ঘূৰি আহিছে। ২৯ ডিচেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী ৰাম মাধৱে তেজপুৰত সাংবাদিকৰ আগত এই ইংগিত দিয়ে।

ৰাম মাধৱে কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনত দুয়োটা অগপ-বিজেপিৰ মাজত মিত্ৰতা বাহাল থাকিব।‘

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপই বিজেপিৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু বিধেয়কখন গৃহীত হ’লে তেওঁলোকে মিত্ৰতা ভংগ কৰিব বুলি হুমকি দি আহিছে। আনহাতে মিত্ৰতাৰে ৰাজ্যত চৰকাৰ গঠন কৰি থকা সত্ত্বেও অগপ আৰু বিজেপি দল দুটাই সুকীয়া সুকীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। অৱশ্যে পঞ্চায়ত নিৰ্বাচনত শোচনীয় ফল লাভ কৰাৰ পিছতে অগপৰ আগৰ দৃঢ় কণ্ঠ নোহোৱা হোৱা দেখা গৈছে।

২৯ ডিচেম্বৰত বিজেপি অসমৰ প্ৰভাৰী ৰাম মাধৱে তেজপুৰ আৱৰ্ত ভৱনত অগপৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ সৈতে এখন বৈঠকত মিলিত হয়।

ইয়াক সৌজন্যমূলক সাক্ষাৎ বুলি কয় যদিও বৈঠকৰ পিছতে ৰাম মাধৱে দল দুটাৰ মিত্ৰতা আগন্তুক লোকসভা নিৰ্বাচনত বাহাল থকাৰ ইংগিত দিয়ে।

ৰাম মাধৱৰ এই ঘোষণাই অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পঞ্চায়ত নিৰ্বাচনৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ পঞ্চায়ত নিৰ্বাচনত অগপই শত্ৰুৰ দৰে আচৰণ কৰা বুলি যি পত্ৰ প্ৰেৰণ কৰিছিল, তাৰ একো প্ৰভাৱ নপৰাৰ ইংগিত দিলে।

আনহাতে অগপৰ দলীয় নেতৃত্বয়ো পঞ্চায়ত নিৰ্বাচনৰ পিছত একাধিকবাৰ বৈঠকত মিলিত হৈছে যদিও মিত্ৰতা ভংগৰ হুংকাৰ ঢিলাই দিয়াটোৱেও দল দুটাৰ মাজৰ বুজাবুজি ভিতৰি ঠিকেই থকাটো প্ৰমাণ কৰে।

 

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd