• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভাৰ নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা বাহাল থাকিব  : ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 8:27 am
Ram Madhab Brindaban Goswami

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামী। তেজপুৰত, ২৯ ডিচেম্বৰত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত ভংগ হওঁ হওঁ অৱস্থাত থকা অগপ-বিজেপিৰ মিত্ৰতালৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত নতুন পূৰ্বতকৈ অধিক সুস্থিৰতা ঘূৰি আহিছে। ২৯ ডিচেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী ৰাম মাধৱে তেজপুৰত সাংবাদিকৰ আগত এই ইংগিত দিয়ে।

ৰাম মাধৱে কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনত দুয়োটা অগপ-বিজেপিৰ মাজত মিত্ৰতা বাহাল থাকিব।‘

Apply Now

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপই বিজেপিৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু বিধেয়কখন গৃহীত হ’লে তেওঁলোকে মিত্ৰতা ভংগ কৰিব বুলি হুমকি দি আহিছে। আনহাতে মিত্ৰতাৰে ৰাজ্যত চৰকাৰ গঠন কৰি থকা সত্ত্বেও অগপ আৰু বিজেপি দল দুটাই সুকীয়া সুকীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। অৱশ্যে পঞ্চায়ত নিৰ্বাচনত শোচনীয় ফল লাভ কৰাৰ পিছতে অগপৰ আগৰ দৃঢ় কণ্ঠ নোহোৱা হোৱা দেখা গৈছে।

২৯ ডিচেম্বৰত বিজেপি অসমৰ প্ৰভাৰী ৰাম মাধৱে তেজপুৰ আৱৰ্ত ভৱনত অগপৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ সৈতে এখন বৈঠকত মিলিত হয়।

ইয়াক সৌজন্যমূলক সাক্ষাৎ বুলি কয় যদিও বৈঠকৰ পিছতে ৰাম মাধৱে দল দুটাৰ মিত্ৰতা আগন্তুক লোকসভা নিৰ্বাচনত বাহাল থকাৰ ইংগিত দিয়ে।

ৰাম মাধৱৰ এই ঘোষণাই অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পঞ্চায়ত নিৰ্বাচনৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ পঞ্চায়ত নিৰ্বাচনত অগপই শত্ৰুৰ দৰে আচৰণ কৰা বুলি যি পত্ৰ প্ৰেৰণ কৰিছিল, তাৰ একো প্ৰভাৱ নপৰাৰ ইংগিত দিলে।

আনহাতে অগপৰ দলীয় নেতৃত্বয়ো পঞ্চায়ত নিৰ্বাচনৰ পিছত একাধিকবাৰ বৈঠকত মিলিত হৈছে যদিও মিত্ৰতা ভংগৰ হুংকাৰ ঢিলাই দিয়াটোৱেও দল দুটাৰ মাজৰ বুজাবুজি ভিতৰি ঠিকেই থকাটো প্ৰমাণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd