• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হুবহু নেতানিয়াহু! চেহেৰাই হ’ল কাল, নাই কোনো গ্ৰাহক, দোকানত ‘মাখি মাৰি বহি আছে’ ইৰাণী বৃদ্ধ

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বৃদ্ধজনৰ ছবি আৰু ভিডিঅ’। ইয়াৰ পিছতে মানুহজন বিপদত পৰিল। শত্ৰুৰ লগত এনে সাদৃশ্যৰ বাবে ইৰাণৰ সাধাৰণ জনতাই তেওঁক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2026 8:43 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ চেহেৰাও কেতিয়াবা অভিশাপ হৈ পৰে! আৰু সেই অভিশাপৰ বাবেই ইৰাণৰ তেহৰাণৰ এজন দোকানীয়ে জীৱিকা হেৰুৱাই পেলাইছে। তেওঁৰ চেহেৰা ইৰাণৰ প্ৰধান শত্ৰু বেঞ্জামিন নেতানিয়াহুৰ সৈতে আকৰ্ষণীয়ভাৱে মিল আছে। ঠিক সেইবাবেই তেওঁ বিপদত পৰিছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বৃদ্ধজনৰ ছবি আৰু ভিডিঅ’। ইয়াৰ পিছতে মানুহজন বিপদত পৰিল। শত্ৰুৰ লগত এনে সাদৃশ্যৰ বাবে ইৰাণৰ সাধাৰণ জনতাই তেওঁক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায়ৰ ক্ষতি হৈছে।

ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকজনৰ তেহৰাণত শুকান ফল, বাদাম আৰু মিঠাইৰ দোকান আছে। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। য’ত তেওঁক দোকানৰ ভিতৰত দগা পাল্লাৰ আঁৰত বহি থকা দেখা যায়।  মুখৰ সৈতে সাদৃশ্য, চুলিৰ ষ্টাইল আৰু আচাৰ-ব্যৱহাৰত নেতানিয়াহুৰ সৈতে এক অদ্ভুত সাদৃশ্য লক্ষ্য কৰে নেটিজেনসকলে। ইয়াৰ পিছতে নেটিজেনে দোকানীজনক আৰু তেওঁৰ দোকানখন বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰে।

Apply Now

প্ৰথম অৱস্থাত এই ভিডিঅ’টো কেৱল এটা ধেমালি আৰু কৌতুকৰ কাৰণ আছিল যদিও পৰিস্থিতি ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিল। ‘শত্ৰু’ নেতানিয়াহুৰ সৈতে সাদৃশ্য থকাৰ বাবেই দোকানীজনক বৰ্জন কৰিবলৈ নেটিজেনসকলে আবেদন জনায়। ফল মাৰাত্মক হৈ পৰিল। তেওঁৰ দোকানত গ্ৰাহকৰ সংখ্যা কমি আহিল। অনলাইন বিতৰ্কৰ বাবে ব্যৱসায়ীজনৰ ব্যৱসায়ত গুৰুতৰ প্ৰভাৱ পৰিছে। জানিব পৰা মতে এই সমগ্ৰ ঘটনাক লৈ ব্যৱসায়ীজন বিচলিত হৈ পৰিছে।

অৱশ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। আনকি দোকানীজনৰ পৰিচয়, তেওঁৰ দোকানৰ ঠিকনা, বা তেওঁৰ বিষয়ে কৰা দাবীৰ সত্যতাও স্পষ্ট নহয়। কিন্তু নেতানিয়াহুৰ ৰূপত থকা ইৰাণী ব্যৱসায়ীগৰাকী এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Netanyahu Lookalike in Trouble!

An Iranian man named Abbas Ghaderi has become a social media sensation because of his striking resemblance to Israeli Prime Minister Benjamin Netanyahu.

Reports circulating online claim that the Iranian shopkeeper has faced a boycott, with customers refusing to visit his business because of his resemblance to Netanyahu, reportedly costing him his livelihood.

— Sameh Ahmed 𓂆 🇵🇸 (@PalPress24) November 10, 2026

উল্লেখ্য যে দীৰ্ঘদিন ধৰি উত্তেজনাৰ অন্তত ইজৰাইলে আমেৰিকাৰ সৈতে হাত মিলাই ইৰাণৰ মাটিত আক্ৰমণ চলায়। এই যুদ্ধৰ বাবেই তাত থকা জনসাধাৰণে আমেৰিকা আৰু ইজৰাইল উভয়ৰে ওপৰত ক্ষুব্ধ হৈ পৰিছে। নেতানিয়াহুৰ সৈতে সাদৃশ্য থকাৰ বাবেই এতিয়া তেহৰাণৰ ব্যৱসায়ীজনৰ জীৱনলৈ নামি আহিছে ৰাজনৈতিক আৰু সামৰিক সংঘাতৰ ভয়াৱহ প্ৰভাৱ ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হুবহু নেতানিয়াহু! চেহেৰাই হ’ল কাল, নাই কোনো গ্ৰাহক, দোকানত ‘মাখি মাৰি বহি আছে’ ইৰাণী বৃদ্ধ

হুবহু নেতানিয়াহু! চেহেৰাই হ’ল কাল, নাই কোনো গ্ৰাহক, দোকানত ‘মাখি মাৰি বহি আছে’ ইৰাণী বৃদ্ধ

November 15, 2026 8:43 am
পঢ়াত নাছিল মন, ক্ৰিকেটেই জীৱন! পাকিস্তানক কন্দুৱাই এছিয়া কাপ জয়ৰ নায়ক কোন এই মোহিত উলভা?

পঢ়াত নাছিল মন, ক্ৰিকেটেই জীৱন! পাকিস্তানক কন্দুৱাই এছিয়া কাপ জয়ৰ নায়ক কোন এই মোহিত উলভা?

November 15, 2026 7:53 am
হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

November 14, 2026 9:29 pm
বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

November 14, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হুবহু নেতানিয়াহু! চেহেৰাই হ’ল কাল, নাই কোনো গ্ৰাহক, দোকানত ‘মাখি মাৰি বহি আছে’ ইৰাণী বৃদ্ধ

হুবহু নেতানিয়াহু! চেহেৰাই হ’ল কাল, নাই কোনো গ্ৰাহক, দোকানত ‘মাখি মাৰি বহি আছে’ ইৰাণী বৃদ্ধ

November 15, 2026 8:43 am
পঢ়াত নাছিল মন, ক্ৰিকেটেই জীৱন! পাকিস্তানক কন্দুৱাই এছিয়া কাপ জয়ৰ নায়ক কোন এই মোহিত উলভা?

পঢ়াত নাছিল মন, ক্ৰিকেটেই জীৱন! পাকিস্তানক কন্দুৱাই এছিয়া কাপ জয়ৰ নায়ক কোন এই মোহিত উলভা?

November 15, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd