• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত আশ্চৰ্যকৰ ঘটনা! দৃষ্টিহীন হোৱাৰ বাবেই সংগীতজ্ঞ ঋতম চাংকাকতিক উবেৰত উঠাবলৈ অস্বীকাৰ চালকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 2:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সংগীতজ্ঞ, টেক অনুৰাগী তথা কিবৰ্ড শিক্ষক হিচাপে পৰিচিত গুৱাহাটীৰ দৃষ্টিহীন যুৱক ঋতম চাংকাকতিয়ে যোৱা ০৩ এপ্ৰিলত জিমৰ অন্তত ঘৰলৈ যাবলৈ চেষ্টা কৰাৰ সময়ত বৈষম্যৰ সন্মুখীন হয়।

View this post on Instagram

A post shared by Writam Changkakoti (@writammusic)

বহুলভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ উবেৰৰ এজন চালকৰ সৈতে হোৱা ঘটনাৰ বিষয়ে বিতংভাৱে কয়, যিজন চালকে তেওঁৰ দৃষ্টিহীনতাৰ ওপৰত ভিত্তিহীন উদ্বেগ প্ৰকাশ কৰি তেওঁক সহায় কৰিবলৈ অস্বীকাৰ কৰে।

সামাজিক মাধ্যমত তেওঁৰ সৈতে হোৱা কৰুণ ঘটনাৰ বৰ্ণনা দি আপলোড কৰা ভিডিঅ’ত কোম্পানীটোক বিশেষভাৱে সক্ষম যাত্ৰীক সহায় কৰাৰ ক্ষেত্ৰত চালকক প্ৰশিক্ষণ দিবলৈ আহ্বান জনাই এই ঘটনাক গুৱাহাটীৰ দৰে মহানগৰৰ বাবে দুখজনক আৰু গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

September 6, 2025 11:18 am
কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd