• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যজন্তুৰ ৰপ্তানিক লৈ সৰৱ দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী গোটক ভাবুকি আম্বানীৰ বনতাৰাৰ!

মহেশ ডেকা by মহেশ ডেকা
March 21, 2025 12:28 pm
312
VIEWS
Share on FacebookShare on Twitter

বন্যপ্ৰাণী সংৰক্ষণ সংস্থাসমূহৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক, দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী পশু সুৰক্ষা মঞ্চই বন্যপ্ৰাণীৰ বৃহৎ পৰিসৰৰ ৰপ্তানিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ পাছত বনতাৰা নামেৰেও পৰিচিত গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ (জিজেআৰআৰচি)য়ে তেওঁলোকক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, গুজৰাটৰ জামনগৰৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাৰ মালিক উদ্যোগী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ।

দক্ষিণ আফ্ৰিকাৰ ৩০টা সংস্থাক প্ৰতিনিধিত্ব কৰা WAPFSA-এ ২০২৫ চনৰ ৬ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ, বন আৰু মীন মন্ত্ৰী ডিয়ন জৰ্জলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি নাহৰফুটুকী, চিতা, সিংহ, বাঘকে ধৰি অসংখ্য বন্যপ্ৰাণীক বনতাৰালৈ ৰপ্তানি কৰাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে।

এই পত্ৰখনো CITES সচিবালয়লৈয়ো প্ৰেৰণ কৰা হৈছিল।

আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী বাণিজ্য নিৰীক্ষণ কৰা সংস্থাটোৱে কয় যে তেওঁলোকৰ উদ্বেগ ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু দক্ষিণ আফ্ৰিকাৰ নাগৰিকসকলৰ পৰিৱেশ সুৰক্ষা আৰু তথ্যৰ লাভৰ সাংবিধানিক অধিকাৰ অনুসৰি তদন্তৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাখিল কৰা হৈছে।

কিন্তু ২০২৫ চনৰ ১১ মাৰ্চত জিজেডিআৰচিক প্ৰতিনিধিত্ব কৰা অধিবক্তা এছ এইচ এছ চেম্বাৰ্ছৰ পৰা ডব্লিউএপিএফএছএয়ে এখন পত্ৰ লাভ কৰে, য’ত অভিযোগ কৰা হৈছিল যে তেওঁলোকৰ দক্ষিণ আফ্ৰিকা চৰকাৰলৈ লিখা পত্ৰখন মানহানিকাৰক আৰু ইয়াত মিছা কথা সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰ উত্তৰত WAPFSAৰ আইনী দলে ২০২৫ চনৰ ১৮ মাৰ্চত এই অভিযোগসমূহ খণ্ডন কৰি এই অভিযোগসমূহ “ভুল আৰু প্ৰমাণহীন” বুলি দৃঢ়তাৰে কয়।

তেওঁলোকে আৰু কয় যে জিজেডআৰআৰচিৰ অধিবক্তাসকলৰ পৰা অহা পত্ৰখন ৱাপিএফএছএক ভয় খুৱাই দক্ষিণ আফ্ৰিকাৰ পৰা বন্যপ্ৰাণী ব্যৱসায়ৰ তদন্তৰ পৰা তেওঁলোকক বাধা দিয়াৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে।

তেওঁলোকে এই কথাত গুৰুত্ব আৰোপ কৰে যে, দক্ষিণ আফ্ৰিকাত সাংবিধানিকভাৱে সুৰক্ষিত আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাত সন্নিৱিষ্ট মত প্ৰকাশৰ স্বাধীনতা চৰকাৰসমূহক জবাবদিহি কৰাৰ বাবে অতি প্ৰয়োজনীয়।

এই ৰপ্তানিৰ সন্দৰ্ভত দক্ষিণ আফ্ৰিকা চৰকাৰৰ সম্পূৰ্ণ তদন্তৰ বাবে সংস্থাটোৱে অনুৰোধ অব্যাহত ৰাখিছে।

Recent News

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd