• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বাহৰুখ খান-মুকেশ আম্বানীয়ে খালে ৩০টকীয়া ORS! আচৰিত হৈ পৰিল নেটিজেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2024 4:28 pm
710
VIEWS
Share on FacebookShare on Twitter

‘শ্বাহৰুখ খানৰ লগত মোৰ ক’ত সাদৃশ্য আছে জানেনে? শ্বাহৰুখ খানে মোক ফোন নকৰে, মই শ্বাহৰুখক ফোন নকৰোঁ।’-এনে ধেমালি প্ৰায়ে শ্বাহৰুখ অনুৰাগীৰ পৰা শুনা যায়। কেৱল এনেধৰণৰ কৌতুকৰ জৰিয়তে সাদৃশ্য বিচাৰি পোৱাই নহয়, কাপোৰৰ পৰা ভংগীমালৈকে – শ্বাহৰুখ খানক সমগ্ৰ বিশ্বৰ বহু লোকে অনুকৰণ কৰে।

কিন্তু, যদি আপুনি গম পাই শ্বাহৰুখ খানৰ লগত আপোনাৰ এটা মিল আছে, তেন্তে আপোনাৰ কেনে অনুভৱ হ’ব? শেহতীয়াকৈ দেখা পোৱা গৈছে যে শ্বাহৰুখ খানে ৩০ টকাৰ ORS খাইছে। কিন্তু এইক্ষেত্ৰত অকলশৰীয়া নহয়, আন এজন কোটিপতি মুকেশ আম্বানীয়ে ORS খাওঁতে সংগ দিছে। এই কথা পোনপটীয়াকৈ কেমেৰাত ৰেকৰ্ড কৰা হৈছিল, নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত। ৯ জুনত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই অনুষ্ঠান উপলক্ষে শ্বাহৰুখ খান আৰু মুকেশ আম্বানী দুয়োজনেই উপস্থিত আছিল।

HQ pictures of Shah Rukh Khan & Mukesh Ambani at Rashtrapati Bhavan earlier today for PM Narendra Modi’s Oath Ceremony ♥️#ShahRukhKhan pic.twitter.com/HlUE9lV7PU

— Shah Rukh Khan Warriors FAN Club (@TeamSRKWarriors) June 9, 2024

কিন্তু দেশৰ দুজন ধনী ব্যক্তিয়ে এই সাধাৰণ পানীয় খোৱা দেখি ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া বিয়পি পৰিছে। কোনোবাই লিখিলে, ‘এওঁলোকেও এই অ’আৰএছ খায়!’ আন কোনোবাই ধেমালিতে লিখিছিল, ‘মই এই অ’ আৰ এছ খাব পৰাকৈ ডাঙৰ হ’ব বিচাৰো!’ কোনোৱে লিখিছে, ‘অ’ আৰ এছৰ এই পেকেটটো শীতল পানীয়তকৈ বহুত ভাল। গ্ৰীষ্মকালৰ বাবে একেবাৰেই উপযুক্ত।’

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd