• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ ১০ গৰাকী শীৰ্ষ সেনা বিষয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিলে আমেৰিকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2021 12:48 pm
ম্যানমাৰ সেনা, উৎস-ইণ্টাৰনেট

ম্যানমাৰ সেনা, উৎস-ইণ্টাৰনেট

249
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ দহগৰাকী সেনা বিষয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

আমেৰিকাই প্ৰতিবন্ধকতা আৰোপ কৰা দহগৰাকী শীৰ্ষস্থানীয় সেনা বিষয়াৰ ভিতৰত ছয় গৰাকী দেশখনৰ সুৰক্ষা পৰিষদ আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সদস্য।

আমেৰিকাই প্ৰতিবন্ধকতা আৰোপ কৰা ম্যানমাৰ সেনাৰ বিষয়া কেইগৰাকী হৈছে ক্ৰমে-  ম্যানমাৰ সেনা বাহিনীৰ মুৰব্বী মিন আং, লাইং, উপ-মুখ্য সেনাধ্যক্ষ ছোই বিন, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মিণ্টু ছ্যু, লেফটেনেণ্ট জেনেৰেল ছীন বিন, ছোয়ে টুটু আৰু য়েং আং, ম্যান তুন উ, এডমিৰেল তিন আং ছান, য়ে বিন উ আৰু জেনেৰেল আং লিন দ্বে।

অলপতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত ম্যানমাৰ চৰকাৰৰ নেতা সকলক বন্দী কৰি সামৰিক শাসন আৰম্ভ কৰা কাৰ্য্যত এই বিষয়া সকল জড়িত হৈ আছিল বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই উল্লেখ কৰে।

আমেৰিকাৰ বিদেশ মন্ত্ৰী টোনী ক্লিংকনে এই সম্পৰ্কে প্ৰকাশ কৰি শীঘ্ৰে আং ছান ছ্যু কীৰ লগতে বন্দী নেতা সকলক মুকলি কৰি দিবলৈ ম্যানমাৰক নিৰ্দেশ দিয়ে।

Recent News

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd