• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত “চকীদাৰ” চৰ্চাৰ বিপৰীতে চিকিৎসকৰূপেও ৰাইজসেৱা ভুটানৰ প্ৰধান মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2019 4:57 pm
Lotay Tshering bhutan pm

লতে’ চেৰিং। ফাইল ছবি।

497
VIEWS
Share on FacebookShare on Twitter

দেশৰ সাধাৰণ নিৰ্বাচনৰ ধামখুমীয়াত নৰেন্দ্ৰ মোদীৰ স্ব-আৰোপিত “চকীদাৰ” অভিধাক লৈ চলিত চৰ্চাৰ বিপৰীতে বিশেষজ্ঞ চিকিৎসকৰূপে ৰাইজক সেৱা আগবঢ়াই আহিছে চুবুৰীয়া ভুটানৰ প্ৰধান মন্ত্ৰী লতে’ চেৰিঙে।

সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা থকা হিমালয়ী দেশখনত প্ৰধান মন্ত্ৰীৰ দায়িত্বৰ মাজত সাপ্তাহিক ছুটীত চেৰিঙে অবৈতনিকভাৱে ৰাইজক সেৱা আগবঢ়ায়। প্ৰতি বৃহস্পতিবাৰে ৰাজধানী থিম্ফুস্থিত দেশখনৰ মুখ্য চিকিৎসালয় জিগমে দৰ্জি ৱাংচুক জাতীয় ৰেফাৰেল হস্পিতেলত যিকোনো ৰোগীয়ে দেখা কৰিব পাৰে তেওঁক।

পুৱা ৭:৩০ বজাৰ পৰা ১০ বজালৈকে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান, দিহা-পৰামৰ্শ আগবঢ়োৱাৰ পিছত বিশেষজ্ঞ ইউৰ’লজিস্তৰূপে তেওঁ ৰোগীক সেৱা আগবঢ়ায়।

প্ৰধান মন্ত্ৰী চেৰিং দেশখনৰ আটাইতকৈ দক্ষ শল্য চিকিৎসকসকলৰ অন্যতমৰূপে জনাজাত। তেওঁ এমেৰিকাৰ উইচকনচিন চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।

এমেৰিকাৰ পূৰ্বে চেৰিঙে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধীনৰ মইমনসিং চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক হৈছিল।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd