• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্ব-নিৰাপত্তা! মৃত্যুৰ ভাবুকিৰ মাজতে নতুন বুলেট প্ৰুফ বাহন ক্ৰয় ভাইজানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2023 7:03 pm
Salman Khan
300
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ ছুপাৰষ্টাৰ ভাইজান খ্যাত ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিনেতাগৰাকীলৈ অহা এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল।

জীৱনলৈ অহা শংকা প্ৰতিহতৰ বাবে এইবাৰ অভিনেতাগৰাকীয়ে নিজেই নিৰাপত্তাৰ সু-ব্যৱস্থা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, মাজতে ছলমান খানে নিজৰ সুৰক্ষাৰ বাবে ক্ৰয় কৰিছে এখন উচ্চ নিৰাপত্তাসম্পন্ন এখন বুলেট প্ৰুফ বাহন।

জানিব পৰা মতে, ভাইজানে ক্ৰয় কৰিছে এখন নিছান পেট্ৰল এছ ইউ ভি। বৰ্তমানলৈকে ভাৰতৰ বজাৰত উপলব্ধ নোহোৱাৰ বাবে গাড়ীখন আমদানি কৰা হৈছে। নিৰাপত্তাৰ বাবে এই বাহনখন নিজৰ বাবে ক্ৰয় কৰাৰ সিদ্ধান্ত ল’লে ছলমানে।

শেহতীয়াকৈ অভিনেতাজনক এক অনুষ্ঠানত তেওঁলৈ অহা জীৱনৰ ভাবুকিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “পুৰে ইণ্ডিয়া কে ভাইজান নহি হ্যে, কিচি কা জান ভি হ্যে।” অৰ্থাৎ সমগ্ৰ দেশৰ ভাইজান নহয়, কিছু লোকৰ জানো হয়।

উল্লেখ্য যে, কিছুদিনৰ পিছতেই ছবিগৃহলৈ আহিব ভাইজানৰ নতুন ছবি ‘কিচি কা ভাই, কিছি কি জান’। ছবিখনত ছলমান খানৰ লগত দেখা যাব পূজা হেগড়ে, শ্বেহনাজ গিল, ৰাঘৱ জুৱেল, সিদ্ধাৰ্থ নিগম আদি অভিনেতা-অভিনেত্ৰীক। অহা ২১ এপ্ৰিলত ছবিখন মুক্তি পোৱাৰ কথা।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd