ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

নানা পাটেকাৰ— ডাঙৰ পৰ্দাত তেওঁৰ দুৰ্দান্ত অভিনয়, সংলাপ নিক্ষেপৰ নিজস্ব শৈলী আৰু পৰ্দাৰ বাহিৰত তেওঁৰ সহজ জীৱনশৈলী, এই তিনিটা পৰিচয়েৰে...

Read moreDetails

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

গুৰুতৰ দুৰ্ঘটনাৰ বলি হৈছে অভিনেত্ৰী নুছৰত ভাৰুচা। এই মুহূৰ্তত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে এই ঘটনা কেনেকৈ সংঘটিত হ’ল...

Read moreDetails

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

নতুন দিল্লীত সদ্য অনুষ্ঠিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ দ্বাৰা আয়োজিত সপ্তম নদী উৎসৱ তথ্যচিত্ৰ চলচ্চিত্ৰ উৎসৱৰ তথ্যচিত্ৰ শিতানত অসমৰ...

Read moreDetails

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশ্ব চলচ্চিত্ৰৰ মজিয়ালৈ এক বিৰল যাত্ৰা আৰম্ভ কৰি নাগালেণ্ডৰ নৱাগত পৰিচালক থেজা ৰিঅ'ৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'আং'-এ...

Read moreDetails

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

বাতৰি অনুসৰি, যোৱা এবছৰত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মুঠ সম্পদ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পিছতো সদ্য প্ৰকাশিত ‘হুৰুণ ইণ্ডিয়া ৰিচ...

Read moreDetails

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

বলীউড আৰু হিন্দী টেলিভিছন জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰবীণ অভিনেতা মুস্তাক খানৰ মৃত্যু হৈছে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ...

Read moreDetails

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

প্ৰথমখন ছবিৰেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক ডাঙৰ স্বীকৃতি। নাগালেণ্ডৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আংঘ’য়ে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (টিআইএফএফ)ত প্লেটফৰ্ম বঁটা লাভ...

Read moreDetails

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

চাওঁতে চাওঁতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ এবছৰ হ’ল। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত সংঘটিত সেই দুৰ্ঘটনাটোৱে...

Read moreDetails

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

গাজাত ইজৰাইলী সামৰিক অভিযানৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘নাজা’ই ভেনিছ চলচ্চিত্ৰ মহোৎসৱত 'স্পেচিয়েল জুৰী' বঁটা লাভ কৰাৰ পাছতে ইজৰাইলৰ ৰাজনীতিত তীব্ৰ...

Read moreDetails

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

থালাপতি বিজয় আৰু তৃষাৰ সম্পৰ্কক লৈ চৰ্চাৰ শেষ নাই। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলিও কোৱা হয়। তথাপিও এতিয়ালৈ তেওঁলোকৰ...

Read moreDetails
Page 1 of 150 1 2 … 150

Stay Connected

Recent News