• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ মাজতে মাংস, কণী বিক্ৰীৰে অভিলেখ অসম পশুধন উন্নয়ন নিগমৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 12, 2020 6:25 pm
Amid lockdown, ALDC sees record sales of meat and egg in Assam
382
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে অসম পশুধন উন্নয়ন নিগমে ছাগলী মাংস,মুৰ্গী আৰু কণী বিক্ৰীৰে অভিলেখ কৰিছে।

লকডাউনৰ সময়চোৱাত নিগমে এইসমূহ সামগ্ৰী বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিলে ৪৫ কোটি টকা।

পাঞ্জাৱাৰীস্থিত পশুধন নিগমৰ কাৰ্যালয়ত সংবাদমেল যোগে মঙলবাৰে এই কথা জনালে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই৷

শইকীয়াই জনাই যে গুৱাহাটীত নিগমে ছাগলী মাংস বিক্ৰী কৰিছে ২৭ টন। ইয়াৰ মূল্য ১.৭৫ কোটি টকা।

তাৰোপৰি নিগমে ব্রয়লাৰ মাংস ১৮ টন আৰু ২০৮০০ প্লেট কণী বিক্ৰী কৰিছে।

ইফালে ৰাজ্যত নিগমৰ জৰিয়তে প্ৰায় ৩৫ কোটি টকাৰ ব্রয়লাৰ মাংস বিক্ৰী হৈছে৷

“ছাগলী মাংস বিক্ৰী হৈছে ২.৩ কোটি টকা৷ কণী বিক্ৰী হৈছে ৭৬১৯০ কাৰ্টন। ৬.৯৩ কোটি টকাৰ কণী বিক্ৰী হৈছে,” জনায় শইকীয়াই৷

লকডাউনৰ ফলত বহু নিবনুৱা যুৱকৰ বাবে আন এক পথ মুকলি হ’ল বুলি জনাই শইকীয়াই কয় “বহু উচ্চ শিক্ষিত যুৱকক ছাগলী/ব্রয়লাৰ মাংস বিক্ৰী কৰিবলৈ অনুমতি দিছে নিগমে।”

তেওঁ লগতে জনাই যে খুব কম দিনৰ ভিতৰতে অসমত অতিৰিক্ত ৯টা কচাইখানা মুকলি হ’ব।

শইকীয়াই কয়, “অনলাইন এপৰ জৰিয়তে নিগমে ছাগলী মাংস, কণী, হাঁহৰ মাংস, মুৰ্গীৰ মাংস দিয়াৰ ব্যৱস্থা কৰিছে নিগমে৷ গুৱাহাটীৰ কোনো লোকে নিগমৰ জৰিয়তে ব্যৱসায় কৰিবলৈ ইচ্ছা কৰিলে সুবিধা দিব নিগমে।”

তেওঁ লগতে জনাই যে গুৱাহাটীৰ বিৰুবাৰী, উত্তৰ গুৱাহাটী আৰু কমলপুৰত নিগমে নতুনকৈ আউটলেট স্থাপন কৰিব৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd