• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2024 7:59 am
423
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰত বন্দী খালিস্তানপন্থী নেতা অমৃতপল সিঙে অসমৰ ডিব্ৰুগড় কাৰাগাৰৰ পৰাই পঞ্জাৱৰ খাদূৰ চাহিব সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

বাতৰি অনুসৰি, সিঙৰ অধিবক্তা ৰাজদেৱ সিং খালছাই নিশ্চিত কৰিছে যে ওৱাৰিছ পঞ্জাৱ দে-ৰ নেতাগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

লগতে পঢ়কঃ IPL 2024: পুনৰ পন্তৰ বেটিং ধুমুহা; দিল্লীৰ বিৰুদ্ধে যুঁজ দিও হাৰিল গীলৰ গুজৰাট

শেহতীয়াকৈ অমৃতপল সিঙক লগ কৰিবলৈ ডিব্ৰুগড় ভ্ৰমণ কৰা খালছাই কয়, ‘মই অমৃতপাল সিঙক লগ পাইছিলো। তেওঁ মোক নিশ্চিত কৰিছে যে তেওঁ খাদূৰ চাহিবৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।”

আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ আছে সিং।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰা বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিস্কাৰ

তদুপৰি, সূত্ৰসমূহে ইংগিত দিয়ে যে এটা মূলসুঁতিৰ দলে সিঙৰ প্ৰাৰ্থিত্বক বাহিৰৰ পৰাই সমৰ্থন আগবঢ়োৱাৰ কথা চিন্তা কৰিছে।

Recent News

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা

ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা

মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও

মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও

বিশ্বৰ আটাইতকৈ দ্ৰুততম ক্ষেপণাস্ত্ৰ, মাত্ৰ ৫ মিনিটত কাশ্মীৰৰ পৰা কন্যাকুমাৰীত হ’ব উপস্থিত

বিশ্বৰ আটাইতকৈ দ্ৰুততম ক্ষেপণাস্ত্ৰ, মাত্ৰ ৫ মিনিটত কাশ্মীৰৰ পৰা কন্যাকুমাৰীত হ’ব উপস্থিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd