• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: পুনৰ পন্তৰ বেটিং ধুমুহা; দিল্লীৰ বিৰুদ্ধে যুঁজ দিও হাৰিল গীলৰ গুজৰাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2024 7:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত গুজৰাটে ৮টা উইকেট হেৰুৱাইও যুঁজ দিবলৈ এৰা নাছিল। শেষ বলটোলৈকে যুঁজ দি মাত্ৰ ৪ ৰানত পৰাজয় স্বীকাৰ কৰিলে।ৰছিদ খানৰ দুৰ্দান্ত প্ৰদৰ্শন অথলে গ’ল।

দিল্লী কেপিটেলছে অধিনায়ক ঋষভ পন্তৰ বিস্ফোৰক ইনিংছৰ সুবাদতে গুজৰাট টাইটানছক পৰাস্ত কৰে। শুভমন গীলৰ গুজৰাট চলিত আই পি এলত দিল্লীৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল।

শুভমন গীল বাহিনীয়ে দুয়োটা দলৰ পূৰ্বৰ খেলখনত মাত্ৰ ৮৯ ৰান সংগ্ৰহ কৰি বল আউট হৈছিল। বুধবাৰে সেই পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ সুযোগ আছিল গুজৰাটৰ। গীলে টছত জয়লাভ কৰি দিল্লীৰ বিৰুদ্ধে বলিং কৰাৰ সিদ্ধান্ত লয়।

Apply Now

মাত্ৰ ৪৪ ৰানতে তিনিটা উইকেট হেৰুৱাই ঘৰুৱা খেলপথাৰত বিপদত পৰিছিল দিল্লী। কিন্তু পন্তে তাৰ পৰা দলটোক উ লিয়াই আনিলে। মাত্ৰ ৪৩টা বলত অধিনায়কগৰাকীয়ে ৮৮ ৰান সংগ্ৰহ কৰে।

ক্ৰীজৰ বিপৰীত ফালে অক্ষৰ পেটেলে ৬৬ ৰান সংগ্ৰহ কৰে। একেবাৰে শেষত দিল্লীয়ে ট্ৰিষ্টিয়ান ষ্টাবছৰ ৭ বলত ২৬ ৰানৰ সহায়ত ২২৪ ৰান সংগ্ৰহ কৰে।

লক্ষ্য অতিক্ৰম কৰিবলৈ নামি আৰম্ভণিতে গীল আউট হৈ আহিল। ইয়াৰ পিছতে ঋদ্ধিমান সাহা আৰু ছাই সুদৰ্শনৰ বেটিঙেৰে লাহে লাহে খেললৈ উভতি আহিছিল গুজৰাটে। সুদৰ্শনে ৬৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ডেভিদ মিলাৰেও ২৩টা বলত ৫৫ ৰানৰ ইনিংছ খেলি জয়ৰ আশা জীয়াই ৰাখিছিল।

কিন্তু গুজৰাটে একেৰাহে উইকেট হেৰুৱাই ক্ৰমান্বয়ে খেলখনৰ পৰা আঁতৰি গ’ল। শেষৰ তিনিটা অভাৰত বেটছমেন ৰছিদ খানে অৱশ্যে আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু ১১টা বলত ২১ ৰান সংগ্ৰহ কৰিও তেওঁ গুজৰাটক জয়ী কৰাব নোৱাৰিলে। মেচখন মাত্ৰ ৪ ৰাণেৰে জয়ী হৈ পুনৰ জয়ৰ ধাৰালৈ ঘূৰি আহিল দিল্লী।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছঃ ২২৪/৪ (পন্ত ৮৮, অক্ষৰ ৬৬, সন্দীপ ৩/১৫)

গুজৰাট টাইটানছঃ ২২০/৮ (সুদৰ্শন ৬৫, মিলাৰ ৫৫, ৰছিক ৩/৪৪)

দিল্লীয়ে ৪ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd