• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

চাংহাই সহযোগিতা সংস্থাৰ সভ্যতাগত বাৰ্তালাপ মঞ্চত পাকিস্তানক প্ৰতিনিধিত্ব কৰিবলৈ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হৈছে দেশখনৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় দপ্তৰৰ ফেডাৰেল মন্ত্ৰী ড° মুছাদিক মাছূদ মালিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানটো দিল্লীৰ ঐতিহাসিক পুৰানা কিল্লাত অনুষ্ঠিত হ'ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2026 4:25 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাংহাই সহযোগিতা সংস্থাৰ চিভিলাইজেচনেল ডায়লগ ফ’ৰামত অংশগ্ৰহণৰ উদ্দেশ্যে ২০ নৱেম্বৰ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হৈছে পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় দপ্তৰৰ ফেডাৰেল মন্ত্ৰী ড° মুছাদিক মাছূদ মালিক। ভাৰতস্থিত পাকিস্তান উচ্চায়োগে সদৰী কৰা অনুসৰি, নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ৰ এই সাংস্কৃতিক বৈঠকত ড° মালিকে পাকিস্তানৰ প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে ২০২৬-২৭ বৰ্ষৰ বাবে বৰ্তমান এছচিঅ’ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ অধ্যক্ষতাৰ দায়িত্বত আছে পাকিস্তান।

Apply Now

সংস্কৃতি মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই বাৰ্তালাপ মঞ্চৰ আয়োজন কৰা হৈছে। যোৱা বছৰ টিয়ানজিনত অনুষ্ঠিত এছচিঅ’ৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাৰ্তালাপৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু পাছত এছচিঅ’ পৰিষদে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, এই অনুষ্ঠানৰ বাবে চৰকাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় ঐতিহ্য আৰু সংস্কৃতি মন্ত্ৰী ঔৰংগজেব খান খিচীক আমন্ত্ৰণ জনাইছিল। ইয়াৰ উপৰিও চীন, ৰাছিয়া, ইৰাণ, বেলাৰুছ আৰু মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহকে ধৰি ১০খন সদস্য ৰাষ্ট্ৰ, ১৫খন বাৰ্তালাপ অংশীদাৰ আৰু পৰ্যবেক্ষক দেশৰ সংস্কৃতি মন্ত্ৰীসকলক এই মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে।

চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত চীন, ভাৰত, ৰাছিয়া, ইৰাণ, পাকিস্তান, বেলাৰুছৰ লগতে কিৰগিজস্তান, উজবেকিস্তান আৰু কাজাখস্তানৰ দৰে মধ্য এছিয়াৰ দেশসমূহ অন্তৰ্ভুক্ত আছে। এই সংস্থাটোৰ প্ৰায় সকলোবোৰ সদস্য ৰাষ্ট্ৰই খ্ৰীষ্টপূৰ্ব যুগৰ প্ৰাচীন সভ্যতাৰ ঐতিহ্য বহন কৰি আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানটো দিল্লীৰ ঐতিহাসিক পুৰানা কিল্লাত অনুষ্ঠিত হ’ব। ষোড়শ শতিকাত সম্ৰাট হুমায়ুনে নিৰ্মাণ কৰা এই দুৰ্গটোৰ গুৰুত্ব ব্যাখ্যা কৰি বিষয়াসকলে জনাইছে যে ইয়াত চলোৱা বহুতো খনন কাৰ্যত ভাৰতৰ প্ৰায় ৩,০০০ বছৰীয়া প্ৰাচীন ইতিহাসৰ নিদৰ্শন পোহৰলৈ আহিছে। প্ৰাক-মৌৰ্য, মৌৰ্য, শুংগ, কুশাণ, গুপ্ত আৰু উত্তৰ-গুপ্ত যুগৰ পৰা আৰম্ভ কৰি মধ্যযুগীয় ৰাজপুত, চুলতানী আৰু মোগল যুগলৈকে বিস্তৃত ঐতিহ্য থকা এই স্থানতে এতিয়া এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকল একত্ৰিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

November 20, 2026 4:25 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

November 20, 2026 3:37 pm
পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

November 20, 2026 4:25 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

November 20, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd