চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰিলেই অজুহাত উলিয়াই হাৰাশাস্তি চলাই নেকি স্বতন্ত্ৰ সাংবাদিকক?

নিৰ্ভীক আৰু স্বতন্ত্ৰ সাংবাদিকৰ ঘৰে ঘৰে অভিযান দিল্লী আৰক্ষীৰ, বাদ নপৰিল ৰাজনৈতিক ব্যংগকাৰ, সামাজিক কৰ্মীও। এই সম্পৰ্কে নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ এটা ‘প্ৰাসংগিক প্ৰশ্ন’ –