• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ অধিকাৰৰ অক্লান্ত সংগ্ৰামী পৰাগ কুমাৰ দাসক আপুনি মনত ৰাখিছেনে?

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
May 17, 2024 1:18 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়ৰ অপেক্ষাত বন্দী এটা পৰিয়াল! আজিৰ পৰা ২৮ বছৰ পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত হত্যা কৰা হৈছিল অকুতোভয় সাংবাদিক পৰাগ কুমাৰ দাসক৷বুধবাৰ শীৰ্ষক সাপ্তাহিক বাতৰিকাকতখনৰ জৰিয়তে অসমীয়া জাতীয়তাবাদত নৱজাগৰণৰ সৃষ্টি কৰা পৰাগ কুমাৰ দাস আছিল অসমীয়াক শোষণ কৰা প্ৰতিটো উৎসৰ বাবে মূৰৰ কামোৰণি৷

দিল্লী স্কুল অৱ্ ইকনমিক্সৰ দৰে খ্যাতনামা শিক্ষানুষ্ঠানৰ পৰা শিক্ষা সাং কৰা পৰাগ কুমাৰ দাসে স্বদেশ আৰু স্বজাতিৰ বাবে পঞ্জাব নেশ্যনেল বেংক আৰু গুৱাহাটী ষ্টক একছেঞ্জৰ লোভনীয় চাকৰি পৰিত্যাগ কৰিছিল৷নিজৰ কলমৰ ধাৰেৰে আশীৰ দশকৰ পৰাই প্ৰান্তিক,দ্য ছেণ্টিনেল আদি আলোচনী-কাকতত লিখা প্ৰৱন্ধই সেই সময়ত অসম জোকাৰি গৈছিল৷দাসে নিজৰ জীৱনকালত বুধবাৰ,অসমীয়া প্ৰতিদিনৰ দৰে কাকতৰ সম্পাদনা কৰিছিল৷তদুপৰিৰ আগানৰ দৰে আলোচনীও পৰাগ কুমাৰ দাসৰ ছত্ৰছায়াতে লালিত-পালিত হৈছিল৷ৰাষ্ট্ৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰা পৰাগ কুমাৰ দাসক ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSA আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়৷তদুপৰি পৰাগ কুমাৰ দাসৰ দ্বাৰা ৰচনা কৰা ‘স্বাধীনতাৰ প্ৰস্তাৱ’ শীৰ্ষক গ্ৰন্থখন বাজেয়াপ্ত কৰি নিষিদ্ধ ঘোষণা কৰে৷

১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পাছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তদুপৰি দাস উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষীসমিতিৰ সচিব প্ৰধান আছিল।পৰাগ কুমাৰ দাস ১৯৯২ আৰু ১৯৯৪ চনত গঠিত বাক্‌ স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল।

Apply Now

আজিৰ দিনটোত ৰাজ্যত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস উদ্‌যাপনৰ ঢৌ সৃষ্টি হৈছে৷এয়া সুখৰ কথা কিন্তু পৰাগ কুমাৰ দাসৰ আপোচবিহীনতাক জীয়াই ৰাখিব কেইজনে পাৰিছে! ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধ সৰব হোৱা পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিক আজি দিনত আছনে? নে সকলোৱে মাত্ৰ হয় হুজুৰ কৰিছে আৰু নিয়মমাফিকভাৱে পৰাগ কুমাৰ দাসৰ স্মৃতিদিৱস উৎযাপন কৰা হৈছে৷এয়া আত্মসমালোচনাৰ সময়,ভুলবোৰৰ বিৰুদ্ধে ‘পৰাগ’ৰ দৰে চকুত চকু থৈ উত্তৰ দিয়াৰ সময়৷

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am
ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

August 3, 2026 8:38 am
৯১টা বলত ২৩৩ ৰান! এদিনীয়াত অভিষেকৰ তাণ্ডৱ দেখি চকু কপালত উঠিল ক্ৰিকেট অনুৰাগীৰ

৯১টা বলত ২৩৩ ৰান! এদিনীয়াত অভিষেকৰ তাণ্ডৱ দেখি চকু কপালত উঠিল ক্ৰিকেট অনুৰাগীৰ

August 3, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd