• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰৰ এই নৃশংস ঘটনাৰ বাবে জবাবদিহি কোন?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 23, 2025 7:17 pm
802
VIEWS
Share on FacebookShare on Twitter

কালি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে। কি ৰোমহৰ্ষত এই ঘটনা? ইতিমধ্যে এই ঘটনাত ২৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আন ভালেমান লোক আহত হোৱা বুলি জানিব পৰা গৈছে। তাৰ ভালেমানৰ জখম অতি গুৰুতৰ ধৰণৰ। আৰু বা কিমান লোক হতাহত হৈছে?

সেই খবৰ আমি এতিয়াও পোৱা নাই। সমাজৰ সকলো স্তৰৰ লোকে এনে ঘৃণনীয় কাৰ্য্যৰ তীব্ৰ নিন্দা কৰিছে। নিন্দা কৰা উচিতো। নিন্দা ঠিকেই আছে। কিন্তু কি কৰি এনে ঘটনা আমি বন্ধ কৰিব পাৰিম? গাজাত দিন-নিশাই ইজৰাইলে কি কৰি আছে আমি দেখিছোঁ। পৃথিৱীখন ক’লৈ গৈ আছে?

 এই সন্ত্ৰাসবাদী সকলৰ মূল পৃষ্ঠপোষক সকলৰ উদ্দেশ্য অতি স্পষ্ট। তেওঁলোকে কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো কেতিয়াও নিবিচাৰে। তেওঁলোকে বিচাৰে কাশ্মীৰ সদায় অশান্ত হৈ থাকক। কিন্তু কোন এই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকল? এওঁলোক কেৱল সীমাৰ সিপাৰৰ লোক নে তেওঁলোকৰ লগত আন শক্তিও জড়িত হৈ আছে? সেয়ে, ঘটনাৰ সবিশেষ তদন্তৰ প্ৰয়োজন। তদন্তৰ যোগেদি তেওঁলোকক বিচাৰি উলিয়াই উচিত শাস্তি বিহিব লাগিব।

এইখিনিতে প্ৰশ্ন হয়, সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি কেন্দ্ৰৰ বিজেপি চৰকাৰে যে ইমান দিন দাবী কৰি আছিল তাৰ এতিয়া কি হ’ব? কিয় এটাৰ পিছত এটাকৈ কাশ্মীৰ উপত্যকাত এতিয়াও এনে বৰ্বৰ সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈ আছে?

আমি যদি কাশ্মীৰত ঘটা হিংসাত্মক আৰু সন্ত্ৰাষবাদী কাৰ্যকলাপৰ পৰিসংখ‍্যা লওঁ, গম পাম যে ২০১৪ত বিজেপি চৰকাৰ অহাৰ আগতে কাশ্মীৰত যি হাৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছিল এতিয়া ঠিক সেই একে হাৰত তাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে। ইয়াৰ অৰ্থ এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে অশান্তি-জৰ্জৰ অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে হাতত লোৱা ব্যৱস্থাসমূহে আশানুৰূপ ফল দিয়া নাই।

কাশ্মীৰতো কাশ্মীৰেই কিন্তু মণিপুৰত কি হৈ আছে? গতিকে সন্ত্ৰাসবাদী সকলক ধিক্কাৰ দিয়াৰ লগে লগে আমি কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ গৃহ বিভাগৰ ব‍্যৰ্থতাকো ইয়াৰ বাবে জগৰীয়া কৰিব লাগিব।

Recent News

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত ১.৫ ফুটৰ নগদ ধনৰ দ’ম উদ্ধাৰৰ তদন্ত: অভিযোগনামা দাখিলৰ পৰামৰ্শ

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত ১.৫ ফুটৰ নগদ ধনৰ দ’ম উদ্ধাৰৰ তদন্ত: অভিযোগনামা দাখিলৰ পৰামৰ্শ

বিজেপিৰ আমোলত উত্তৰ-পূবত অবৈধ কয়লা খনি আৰু ড্ৰাগছৰ মুকলি বেহা চলিছে, অভিযোগ গৌৰৱ গগৈৰ

বিজেপিৰ আমোলত উত্তৰ-পূবত অবৈধ কয়লা খনি আৰু ড্ৰাগছৰ মুকলি বেহা চলিছে, অভিযোগ গৌৰৱ গগৈৰ

এটা বিবাদিত সাহায্য শিবিৰৰ বেৰিকেড ভাঙিলে ভোকাতুৰ জনতাই! ইজৰাইলী সৈন্যৰ গুলীচালনা

এটা বিবাদিত সাহায্য শিবিৰৰ বেৰিকেড ভাঙিলে ভোকাতুৰ জনতাই! ইজৰাইলী সৈন্যৰ গুলীচালনা

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd