• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ধ্ৰপ্ৰদেশৰ শিলৰ কুৱেৰীত অঘটন! শিল খহি থিতাতে মৃত্যু ৬ জন শ্ৰমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 7:49 pm
55
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ বাপটলা জিলাস্থিত সত্যকৃষ্ণ শিলৰ কুৱেৰীত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু ১০ জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত শ্ৰমিক সকল ওড়িশাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে পুৱা খননৰ সময়ত এটা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত ১৬ জন শ্ৰমিকৰ মাজত ৬ জনৰ থিতাতে মৃত্যু হয়। বাকী ১০ জন আহত হয়। শ্ৰমিকসকলৰ বহুতৰে অৱস্থা গুৰুতৰ। তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিবলৈ দিছে।

প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি কুৱেৰীটোত সুৰক্ষাৰ নিয়ম পালন কৰা হোৱা নাছিল, যিটো দুৰ্ঘটনাৰ মূল কাৰণ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। বাপটলা জিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দুডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ তদাৰক কৰিছে।

মুখ্যমন্ত্ৰী নাইডুৱে এই শোকাৱহ ঘটনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে। তেওঁ প্ৰশাসনক আহতসকলৰ পৰ্যাপ্ত চিকিৎসা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে বিশদ তদন্তৰ আদেশ দিছে।

Recent News

ওড়িশাত ৰে’লপথত আই ই ডি বিস্ফোৰণ! মাওবাদীৰ হাত থকাৰ সন্দেহ

ওড়িশাত ৰে’লপথত আই ই ডি বিস্ফোৰণ! মাওবাদীৰ হাত থকাৰ সন্দেহ

অন্ধ্ৰপ্ৰদেশৰ শিলৰ কুৱেৰীত অঘটন! শিল খহি থিতাতে মৃত্যু ৬ জন শ্ৰমিকৰ

অন্ধ্ৰপ্ৰদেশৰ শিলৰ কুৱেৰীত অঘটন! শিল খহি থিতাতে মৃত্যু ৬ জন শ্ৰমিকৰ

‘দ্য কেৰেলা ষ্ট’ৰী’ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ এফ টি আই আইৰ শিক্ষাৰ্থীৰ

‘দ্য কেৰেলা ষ্ট’ৰী’ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ এফ টি আই আইৰ শিক্ষাৰ্থীৰ

শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক

শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd