• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাৰ মৃত্যু; যোৱা চাৰি মাহত মৃত্যু হ’ল আঠটা চিতা বাঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 6:41 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

3.6k
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে। এইদৰে চাৰি মাহৰ ভিতৰত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতাৰ মৃত্যু হ’ল।

শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় চিতাটো। সুৰজ নামৰ এই চিতাটোৰ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে মৃত্যু হয় মতা চিতা তেজছৰ। দুটাৰ মাজত কাজিয়াৰ ফলত মৃত্যু হয় তেজছৰ। সেই কথা জানিব পৰা গৈছিল।

লগতে পঢ়ক: হলিউডৰ শিল্পীৰ ধৰ্মঘট; প্ৰভাৱ পেলাব অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিত

ইয়াৰ পূৰ্বে ২৫ মে’ত দুটা চিতা পোৱালিৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও ৯ মে’, ২৩ এপ্ৰিল আৰু ২৭ মাৰ্চত এটাকৈ চিতাৰ মৃত্যু হয়।

উল্লেখ্য যে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত নামিবিয়াৰ পৰা অনা ৮টা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল। ইয়াৰ ভিতৰত আছিল ৫ টা মাইকী চিতা আৰু ৩ টা মতা চিতা। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতৰ পৰা বিলুপ্ত চিতা ঘূৰাই অনাৰ এয়া প্ৰথম প্ৰচেষ্টা আছিল।

লগতে পঢ়ক: গুপুতে ফ্ৰান্সৰ সৈতে মোডীৰ ৪০ বছৰীয়া সম্পৰ্ক! পোহৰলৈ আহিল ‘৮১ চনৰ পৰিচয় পত্ৰ

আনহাতে,পুনৰ চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হয়। ইয়াৰ ভিতৰত আছিল ৭টা মতা আৰু ৫টা মাইকী চিতা।

Recent News

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

অৰুণাচলৰ ‘থ্ৰীমছ’ত সৰ্প দংশনৰ চিকিৎসাত গাফিলতি: মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd