• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰক লৈ সংসদ উত্তাল হৈ থকাৰ মাজতে পোহৰলৈ আহিল আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 4:15 pm
মণিপুৰৰ হিংসা। ফটো: সংগ্ৰহীত।

মণিপুৰৰ হিংসা। ফটো: সংগ্ৰহীত।

931
VIEWS
Share on FacebookShare on Twitter

তেতিয়া ঘৰটো জ্বলি আছিল, দুই পুত্ৰ, ভতিজা আৰু ননদক লৈ তেওঁ দৌৰি পলাইছিল। তেতিয়াই এদল মানুহে তেওঁক ধৰি পেলায়। পিছত তেওঁ অভিযোগ কৰে যে সেই উন্মত্ত মানুহবোৰৰ হাতত তেওঁ ধৰ্ষিতা হৈছিল।

মণিপুৰৰ চুৰাচান্দপুৰৰ ঘটনা এয়া। অশান্ত মণিপুৰত আন এক দলবদ্ধ ধৰ্ষণ কাণ্ড। আজি বৃহস্পতিবাৰে সংসদত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। মণিপুৰক লৈ উত্তাল সমগ্ৰ দেশ। বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছে। যাৰ বাবে সংসদত চলি আছে বিতৰ্ক।

ৰাজনৈতিক মহলৰ বিশ্বা স যে মণিপুৰ বিষয়টো নিশ্চয় প্ৰধানমন্ত্ৰীৰ কণ্ঠত শুনা যাব। আৰু তাৰ ঠিক আগতেই পোহৰলৈ আহিল মণিপুৰৰ দ্বিতীয়টো দলবদ্ধ ধৰ্ষণৰ ঘটনা।

যোৱা কেইমাহমানৰ পৰা মণিপুৰত চৰম উত্তেজনা চলি আছে। জনগোষ্ঠীয় সংঘৰ্ষৰ এই ভয়াবহ পৰিবেশত মানুহৰ ঘৰ জ্বলি আছে, মাৰপিট, পাৰস্পৰিক নিৰ্যাতন চলি আছে। মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে।

আৰক্ষীয়ে কৈছে যে যিকোনো মহিলাই আহি তেওঁলোকৰ ওচৰত অভিযোগ পঞ্জীয়ন কৰিব লাগে। তেওঁলোকে যাতে ভয় কৰি মনে মনে নাথাকে।

ইয়াৰ পিছতে শেহতীয়া এই ঘটনা পোহৰলৈ আহিছে। চুৰাচান্দপুৰৰ এই ৩৭বছৰীয়া মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ ঘৰটো জ্বলি থকাৰ সময়ত দুই পুত্ৰ,  ভতিজা আৰু ননদক লৈ দৌৰিছে। তেনেতে এদল মানুহে তেওঁক ধৰি পেলায়। সেই উন্মত্ত দলটোৰ হাতত তেওঁ ধৰ্ষিতা হয়।

যেতিয়া তেওঁ দেখিলে যে বহু লোকে তেওঁলোকৰ অপমান আৰু যন্ত্ৰণাৰ কথা আৰক্ষীক গৈ ক’বলৈ সাহস কৰিছে, তেতিয়া তেওঁৱো সাহস গোটাই নিজৰ বক্তব্য আৰক্ষীৰ ওচৰত লিপিবদ্ধ কৰিছে।

মহিলাগৰাকী এতিয়া সাহায্য শিবিৰত আছে। তেওঁ লগতে এইটোও জনায় যে তেওঁ হয়তো নিজকে শেষ কৰি দিলেহেঁতেন। কিন্তু পিছত মন সলনি কৰিলে।

Recent News

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd