• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ গণ প্ৰহাৰৰ ঘটনাত জড়িতৰ সন্দেহত ১১ জনক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 10:46 am
lynching-1-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

113
VIEWS
Share on FacebookShare on Twitter

ডকমকা কাণ্ডৰ পুনৰাবৃত্তি কৰি  যোৱা বৃহস্পতিবাৰে পুৱা বিশ্বনাথতো এজন নিৰ্দোষী লোকক গৰু চোৰৰ সন্দেহত হত্যা কৰা হৈছে। এই গণ প্ৰহাৰৰ ঘটনাত আন তিনিজন লোক বেয়াকৈ আহত হৈছে। এই পৈশাচিক গণ প্ৰহাৰৰ ঘটনাত জড়িতৰ সন্দেহত ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে দেবেন ৰাজবংশী নামৰ ৩৫ বছৰীয়া লোক এজনক একাংশ উন্মত্ত লোকে গৰু চোৰৰ সন্দেহত মৰিয়াই হত্যা কৰিছে। বৃহস্পতিবাৰে পুৱা বিশ্বনাথৰ ছুটী (Sootea) আৰক্ষী থানাৰ অন্তৰ্গত দিপলংগা চাহ বাগিচাৰ লাইন নং ১৫ত এই হত্যাকাণ্ডটো সংঘটিত হৈছে।

বিশ্বনাথৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উদ্ধৃতিৰে কৈছে যে এই পৰ্যন্ত ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত জোৰ তদন্ত চলি আছে। আৰক্ষীয়ে দাবী কৰিছে যে ঘটনাৰ বলি লোককেইজনে ব্যৱহাৰ কৰা দুটা গৰুসহ এখন পীক-আপ ভানখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উন্মত্ত গণ প্ৰহাৰৰ পৰা প্ৰাণটো লৈ কথমপি বাচি অহা লোককেইজনে কৈছে যে তেওঁলোকে  গাহৰি কিনাৰ বাবে গৈছিল এই এলেকাটোলৈ গৈছিল। গণ প্ৰহাৰৰ পৰা হাত সাৰি যোৱা পঞ্চমজনে পলাই যাবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে তেওঁৰ সন্ধান লাভ কৰিছে।

এখন ব্যক্তিগত চিকিৎসালয়ত আহত লোক কেইজনক চিকিৎসা কৰি থকা হৈছে। আহত লোককেইজন হৈছে ফুলচান ছাহু, বিজয় নায়ক আৰু পুজেন ৰাজবংশী। জানিব পৰা মতে এই লোক কেইজন গাহৰিৰ ব্যৱসায়ী আৰু তেওঁলোকে গাহৰি কিনাৰ বাবে বৃহস্পতিবাৰে এই এলেকাটোলৈ গৈছিল।

কিন্তু গাঁৱবাসীসকলে বিশ্বাস কৰে যে এই লোককেইজন গৰু চোৰ আৰু বিগত কেইদিন মান ধৰি এলেকাটোত গৰু চোৰৰ মাত্ৰা বাঢ়ি গৈছে। ইতিমধ্যে, গণ প্ৰহাৰৰ ঘটনাটোক কেন্দ্ৰ কৰি এলেকাটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd