• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন এজন RTI কৰ্মী, দুলাল বৰাৰ সহযোগী দিলীপ নাথক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 11:42 am
arrest11

প্রতিনিধিত্বমূলক ফটো

8.7k
VIEWS
Share on FacebookShare on Twitter

বন বিভাগৰ ৰেঞ্জাৰ বীৰেন বৈশ্যৰ এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ চি আই ডি শাখাই আন এজন আৰ টি আই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ কৰিছে।

দিলীপ নাথৰ ঘৰ ঢেকীয়াজুলিত আৰু তেওঁৰ বিৰুদ্ধে চৰকাৰী বিষয়াক ব্লেক মেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে।

একে ধৰণৰ অভিযোগত ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা আন এজন আৰ টি আই কৰ্মী দুলাল বৰাৰ সহযোগী আছিল নাথ, আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

২৮ ফেব্ৰুৱাৰিত ঢেকীয়াজুলি আৰক্ষীৰ সহযোগত চি আই ডিয়ে নাথক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। এজাহাৰ দিয়া ৰেঞ্জাৰজনৰ উপৰি আন কোন কোন চৰকাৰী বিষয়াক দিলীপ নাথে ব্লেক মেইলিং কৰিছিল সেই তথ্য উলিয়াবৰ বাবে চি আই ডিয়ে জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে আৰ টি আই আৱেদন কৰি সততে সংবাদমেল আয়োজনেৰে জনাজাত হৈ পৰা দুলাল বৰা নামৰ ব্যক্তিজনে বহুতো চৰকাৰী বিষয়াক ব্লেক মেইলিং কৰি নিয়মীয়াকৈ বৃহৎ অংকৰ ধন সংগ্ৰহ কৰি আহিছিল।

শেহতীয়াকৈ এজন বিষয়াক ৫ লাখ টকা দাবী কৰাৰ পিছতে তেওঁক হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু পিছত একাধিক বন বিষয়াৰ এজাহাৰৰ ভিত্তিত চি আই ডিয়েও তেওঁক নিজৰ জিম্মাত লয়।

চি আই ডিয়ে বৰাৰ ঘৰৰ পৰা বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে এখন বিলাসী গাড়ীও জব্দ কৰে।

আনহাতে বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁক নিয়মীয়াকৈ ধন দি অহা দুৰ্নীতিপৰায়ণ বন বিষয়াৰ বিৰুদ্ধেও চি আই ডিয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Recent News

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd