• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আয়কৰ বিভাগৰ তালাচীৰ পাছত একেলগে চিনেমাৰ শ্বুটিঙত ব্যস্ত হ’ল অনুৰাগ কাশ্যপ- তাপসী পান্নু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2021 7:34 pm
738
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগে বাসগৃহ আৰু অফিচত তালাচী অভিযান চলোৱাক লৈ চৰ্চাত থকাৰ পাছতে পুনৰ চলচিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নু ব্যস্ত হৈ পৰিছে শ্বুটিঙত।

ইতিমধ্যে শনিবাৰে তাপসী পান্নুৱে আয়কৰ বিভাগে তেওঁৰ ওপৰত উত্থাপন কৰা  গোচৰসমূহক লৈ কেইবাটাও টুইটৰ দ্বাৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আনহাতে অনুৰাগ কাশ্যপে তেওঁৰ অনাগত ছৱি ‘দোবাৰা’ৰ শ্বুটিঙৰ ফটো ইনষ্টাগ্ৰামতত শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়ালৈ উভটি আহিছে।

উল্লেখযোগ্য যে ‘দোবাৰা’ত অনুৰাগ কাশ্যপ আৰু তাপসী পান্নু- দুয়োৱে কাম কৰিছে।

চিনেমাখনৰ বহুকেইটা দৃশ্যৰ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু আয়কৰ বিভাগৰ তালাচী অভিযানৰ পাছত শনিবাৰে পুনৰ শ্বুটিং আৰম্ভ হৈছে।

 

View this post on Instagram

 

A post shared by Anurag Kashyap (@anuragkashyap10)

ইনষ্টাগ্ৰাম প’ষ্টটোত অনুৰাগ কাশ্যপে লিখে যে তেওঁৰ সকলো ‘হেটাৰছ’লৈ প্ৰেম নিবেদন কৰি এই চিনেমাখনত ব্যস্ত হৈছে।

ফটোখনত অভিনেত্ৰী আৰু পৰিচালক- দুয়োকে উৎফুল্লিত আৰু ধেমেলীয়া ৰূপত দেখা গৈছে।

আনহাতে তাপসী পান্নুৱেও ২২ ফেব্ৰুৱাৰীত চিনেমাখনৰ আগৰ শ্বুটিঙৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগ কাশ্যপক টেগ কৰিছ কৈছিল যে- আহা পুনৰ শ্বুটিং আৰম্ভ কৰো।

 

View this post on Instagram

 

A post shared by Taapsee Pannu (@taapsee)

বলিউদৰ এগৰাকী আগশাৰীৰ পৰিচালক অনুৰাগ কাশ্যপৰ শেহতীয়া ছৱি ‘দোবাৰা’ এখন কল্পবিজ্ঞান ছৱি।

উল্লেখযোগ্য যে ৩ মাৰ্চৰ পৰা তিনিদিন ধৰি আয়কৰ বিভাগে তেওঁলোকৰ ঘৰ আৰু অফিচত তালাচী চলাইছিল।

বিভাগটোৱে প্ৰেছ বিবৃত্তিত কোৱামতে, তালাচীৰ অন্তত তেওঁলোকে প্ৰায় ৬৫০ কোটি টকাৰ বিত্তীয় অনিয়মৰ প্ৰমাণ লাভ কৰিছে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd