• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোধোদয়! ‘মই দুৰাচাৰ, কেৱল তোমাৰ…’ লাভ জেহাদ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ভূপেন বৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 11:07 am
অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰা। ফাইল ফটো।

অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰা। ফাইল ফটো।

1.6k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে লাভ জেহাদ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰত–শ্ৰীকৃষ্ণক সাঙুৰি মন্তব্য কৰাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি মুখ্যমন্ত্ৰীয়েও কোনোবাই গোচৰ তৰিলে ভূপেন বৰা গ্ৰেপ্তাৰ হ’ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। বৰাই  ‘মই দুৰাচাৰ কেৱল তোমাৰ… অপৰাধী নাৰায়ণ। ক্ষমিয়োক হৰি লৈয়ো দাস কৰি… পশিলো হেৰা শৰণ॥‘ প্ৰাৰ্থনাৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিছে। বৰাই কয় যে ‘লাভ জেহাদত শ্ৰীকৃষ্ণক সাঙুৰি অনাতো মোৰ ভুল আছিল।’

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

বৰাই প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে তেওঁ বিজেপি বা মুখ্যমন্ত্ৰীৰ ভয়ত ক্ষমা খোজা নাই। ভকত-বৈষ্ণৱ, বাপসকলে দুখ পোৱাৰ বাবেহে ক্ষমা বিচাৰিছে।

বৰাই কয়, ‘ককাই সপোনত আহি ক্ষমা বিচাৰিবলৈ কৈছে। ককাৰ কথা মতেই মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।‘

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে ৰাজনীতি এৰিলে মই নামঘৰৰ পাঠক হ’ম বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘ মোৰ জন্ম গাঁৱত এটা নামঘৰ আটকধুনীয়া কৈ বনাই আছো। গাঁৱৰ ৰাইজৰ লগত এটাই চৰ্ত যে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত নামঘৰলৈ আহি পাঠক হ’ম।‘

লগতে পঢ়ক: চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে আত্মশুদ্ধিৰ বাবে নামঘৰলৈ গৈ তামোল-পাণ দি সেৱা কৰাৰ অংগীকাৰো কৰে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd