• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 9:31 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনাৰ জালত পৰি দেশৰ জনসাধাৰণে লাখ লাখ টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত কেইবাজনো অভিযন্তাও আছে বুলি জানিব পৰা গৈছে। চাকৰিৰ নামত চলি আছে অভিনৱ জালিয়াতি। গুগল, ইউটিউবত মেলি দিয়া হৈছে ‘ৰিভিউ’ টোপ। আজিকালি কিবা এটা জানিব খুজিলেই গুগল, ইউটিউবত সন্ধান কৰাটো আমাৰ ডাঙৰ অভ্যাস।

যদি আপুনি কিবা এটা কিনিব বিচাৰিলে, ক’ৰবালৈ যাব বিচাৰিলে, অৰ্থাৎ সেই বস্তুটো কিনিলে, ব্যৱহাৰ কৰিলে বা গ’লে কেনেকুৱা লাগে, কেনে অনুভৱ হয় তাৰো ৰিভিউ দিব পাৰে। বহুতে ৰিভিউ ভিডিঅ’ও বনায়। আমাৰ বহুতেই কিবা এটা কিনাৰ আগতে বা ক’ৰবালৈ যোৱাৰ আগতে সেই ৰিভিউ চাওঁ। আৰু এই ঠাইতে দেশত চলি আছে মানুহক প্ৰতাৰণা কৰাৰ আটাইতকৈ ডাঙৰ ব্যৱসায়। দেশ-বিদেশৰ প্ৰৱঞ্চকে জাল বিয়পাইছে প্ৰৱঞ্চনাৰ।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী শুই আছে, এই দলত থাকিব নোৱাৰি’, মণিপুৰক লৈ ক্ষোভিত বিজেপিৰ শীৰ্ষ নেতাৰ পদত্যাগ

Apply Now

কেতিয়াবা ইউটিউবত ভিডিঅ’, বা গুগলত ৰিভিউ লিখাৰ দৰে, তেওঁলোকে সকলো আড়ম্বৰপূৰ্ণ টোপ দেখুৱাই চিকাৰ উলিয়াই আনে। ইতিমধ্যে হায়দৰাবাদ আৰক্ষীয়ে চাইবাৰ জালিয়াতিৰ বৃহৎ আন্তৰ্জাতিক চক্ৰৰ সন্ধান উলিয়াইছে।

হায়দৰাবাদ আৰক্ষী আয়ুক্ত চি ভি আনন্দই কয় যে যোৱা এবছৰত গুগল আৰু ইউটিউবক হাতিয়াৰ কৰি লৈ ৭১২ কোটি টকাৰ প্ৰতাৰণা কৰা হৈছে। অনলাইন প্ৰৱঞ্চকে এইদৰে লুণ্ঠন কৰিছে। এই পৰ্যন্ত এই চক্ৰটোৰ সৈতে জড়িত মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চক্ৰটোৰ বাকী সদস্যসকলৰ সন্ধান অব্যাহত আছে।

লগতে পঢ়ক: ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ; ‘বাৱাল’ক লৈ অসন্তুষ্টি!

এনে বৃহৎ পৰিসৰৰ চাইবাৰ জালিয়াতিৰ চক্ৰ দেশত কাৰ্যতঃ অভূতপূৰ্ব বুলি ধাৰণা কৰা হৈছে। সূত্ৰ অনুসৰি যোৱা এপ্ৰিল মাহত হায়দৰাবাদৰ এজন যুৱকৰ পৰা চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষীয়ে এজাহাৰ লাভ কৰিছিল। যুৱকজনে অনলাইন পাৰ্ট টাইম চাকৰিৰ বাবে আবেদন কৰি থকা অৱস্থাত ২৮ লাখ টকা লোকচানৰ অভিযোগ উত্থাপন কৰে।

তদন্তত আৰক্ষীয়ে গম পায় যে প্ৰৱঞ্চকসকলে প্ৰথমে অংশকালীন কামৰ লোভনীয় টোপ ব্যৱহাৰ কৰিছিল। একাধিক ক্ষেত্ৰত বিনিয়োগ কৰাৰ পিছত বিপুল ৰিটাৰ্ণ নিশ্চিত হয়। প্ৰৱঞ্চকে প্ৰথমে প্ৰাথমিক ধন দিয়াৰ পিছত দুগুণ ধন ঘূৰাই দি আস্থা লাভ কৰে। তাৰপিছত অধিক বিনিয়োগ কৰি লাখ লাখ টকা হেৰুৱায়।

লগতে পঢ়ক: মাজভাগতে শিক্ষা এৰিছে IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন SC, ST, OBC ছাত্ৰ-ছাত্ৰীয়ে

দুমাহমানৰ তদন্তৰ অন্তত আৰক্ষীয়ে গম পালে যে ভাৰতত ৫২৮ কোটি টকাৰ জালিয়াতি হৈছে। পিছত তদন্তকাৰীয়ে বুজিব পাৰে যে এই সংখ্যাই ৭০০ কোটি অতিক্ৰম কৰিছে। তদন্তকাৰীৰ মতে, এই চক্ৰৰ ফান্দত ভৰি দি ১৫ হাজাৰ ভাৰতীয়ই গড়ে ৬ লাখ টকা হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd