• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰধানমন্ত্ৰী শুই আছে, এই দলত থাকিব নোৱাৰি’, মণিপুৰক লৈ ক্ষোভিত বিজেপিৰ শীৰ্ষ নেতাৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 8:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সমগ্ৰ দেশ উদ্বিগ্ন। দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ বিৰোধীয়ে প্ৰশ্ন কৰাৰ সমান্তৰালকৈ বিভিন্ন মহলতো তাক লৈ চৰ্চা হৈছে। এইবাৰ মণিপুৰ সমস্যাই বিজেপিৰ ভিতৰতো বিভাজনৰ সৃষ্টি কৰিছে। বিহাৰ বিজেপিৰ মুখপাত্ৰ বিনোদ শৰ্মাই বৃহস্পতিবাৰে দলৰ পৰা পদত্যাগ কৰে। তেওঁৰ মতে বিজেপিত এনেকৈ থকাটো সম্ভৱ নহয়।

মণিপুৰত প্ৰায় সহস্ৰাধিক লোকৰ সন্মুখত মণিপুৰৰ দুগৰাকী মহিলাক উলংগ অৱস্থাত খোজ কঢ়াই নিয়াৰ কথা তেওঁ জনায়। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত অপমানিত হৈছে। আৰু তাৰপিছতো মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্যত এনে শ শ ঘটনা সংঘটিত হৈছে। এয়া আচৰিত কথা।

লগতে পঢ়ক:ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ; ‘বাৱাল’ক লৈ অসন্তুষ্টি!

Apply Now

বিনোদ শৰ্মাই জনায়, মই বিজেপিৰ পৰা পদত্যাগ কৰিছো। অতি দুখৰ সৈতে এইটো কৰিবলগীয়া হৈছে । মণিপুৰৰ পৰিস্থিতি ভাৰতৰ বাবে অপমানজনক।

দৰাচলতে, মণিপুৰৰ ঘটনাৰ বাবেই আকৌ এবাৰ বিজেপিৰ অস্বস্তি বাঢ়িছে। দলৰ ভিতৰৰ বিভাজন বাঢ়ি গৈছে। জে পি নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি শৰ্মাই কয় যে এই ঘটনা আগতে ক’তো হোৱা নাই। মোডী এতিয়াও শুই আছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক আঁতৰোৱাৰ সাহস তেওঁৰ নাই।

তেওঁ কয় যে মই আলোচনা কৰিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু সেইবোৰ মানি লোৱা নহ’ল। তেতিয়াই বুজিলোঁ যে কোনেও কথা নুশুনিব। তেওঁলোকক এতিয়া ক্ষমতাই খেদি ফুৰিছে। আমাৰ কন্যা, দেশৰ নাগৰিকক লৈ তেওঁলোক একেবাৰেই চিন্তিত নহয়।

ইপিনে, জেডিইউ এই বিষয়টোকলৈ মুখ খুলিছে। এই ঘটনাক লৈ বিজেপিৰ এটা অংশও লজ্জিত বুলি দাবী কৰিছে৷ চৰকাৰৰ এই আচৰণত বিজেপিৰ একাংশয়ো লাজ পাইছে। জেডিইউয়ে বিনোদ শৰ্মাৰ এই বক্তব্যও তুলি ধৰিছে।

লগতে পঢ়ক:কাৰাবন্দীৰ পৰা গৃহবন্দী হৈ উভতিল আং ছান ছু কী

বিহাৰ বিজেপিৰ মুখপাত্ৰৰ দায়িত্বত থকা বিনোদ শৰ্মাই কৈছে, ‘’মণিপুৰৰ ৰাজপথত উলংগ কৰি খোজ কঢ়োৱা হৈছে মহিলাক। বিশ্বৰ আগত দেশৰ মূৰ অৱনত হৈছে। ইয়াৰ বাবে দায়ী বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ চাফাই দিছে। এনে নেতৃত্বৰ সৈতে কাম কৰিব নিবিচাৰো। দলৰ সকলো পদ আৰু দলৰ পৰা পদত্যাগ কৰিছো।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd