• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰধানমন্ত্ৰী মোদীয়ে ডিঙিত গামোচা পিন্ধিলেই অসমক ভালপোৱা নুবুজায়’ : ৰিপুন বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 22, 2020 5:34 pm
WhatsApp Image 2020-06-22 at 4.40.05 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল গামোচাখন ডিঙিত লৈ অসমক ভালপোৱা দেখুৱালেই নহ’ব। অসমক অষ্টলক্ষ্মীৰ দেশবুলি ভাষণত ক’লেই নহ’ব। কামেৰে কৰি দেখুৱাব লাগিব।” ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সংবাদমেলত বৰাই লগতে কয়, “কেন্দ্ৰৰ বিজেপি চৰকাৰে সদায় অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ডিঙিত গামোচা ল’লেই অসমক ভালপোৱা হ’ব নোৱাৰে। অসমতকৈ উন্নত দেশৰ ৬খন ৰাজ্যৰ বাবে ৫০ হাজাৰ কোটি টকা গৰীব কল্যাণ আঁচনি হিচাপে ঘোষণা কৰিলে। কিন্তু অসমৰ নাম সেই আঁচনিত অন্তৰ্ভুক্ত নহ’ল।”

গৰীৱ কল্যাণ আঁচনিত ৰাজ্য নাম অন্তৰ্ভুক্ত নোহোৱা পিছত কি কাৰণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই।

“সোণোৱালৰ দায়িত্ব নাছিল নেকি অসমৰ নাম অন্তৰ্ভুক্ত কৰাত।কংগ্ৰেছৰ দাবী অসমৰ নাম আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে।” বৰাই কয়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বৰাই কয়, “ৰাহুল গান্ধীক ফ্ৰাষ্টট্ৰেড বুলি কোৱা হিমন্তক সুধিব খুজিছো তোমালোক কিমান ফ্ৰাষ্টট্ৰেড? কোৱাৰেন্টাইনক বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ কৰি লৈছে।”

মিৰ্জাত ১৩জন ল’ৰাই আন্দোলন কৰিলে জবৰদস্তি কোৱাৰেণ্টাইন কৰা হ’ল। কোৱাৰেণ্টাইনক ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ কৰা ব্যৱহাৰ ২১ত ৰাইজে প্ৰত্যুত্তৰ দিব। বৰাৰ  মন্তব্য।

ইফালে মণিপুৰলৈ যোৱা কংগ্ৰেছ দুই  নেতা আজয় মাকণ্ড আৰু গৌৰৱ গগৈক কোৱাৰেণ্টাইন কৰা কাৰ্যক গৰিহণা প্ৰদান কৰি সভাপতি বৰাই কয় -দিল্লী পৰা ধৰ্মেন্দ্ৰ প্ৰধান গুৱাহাটী-তিনিচুকীয়ালৈ আহোঁতে কিয় কোৱাৰেণ্টাইন কৰা নহ’ল।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি তিনিমাহ দিল্লীত থাকি অসমলৈ অহা পিছত কোৱাৰেণ্টাইন কিয় কৰা হোৱা নাছিল? কেন্দ্ৰীয় মন্ত্ৰীলৈ ক’ৰনাই ভয় কৰে নেকি? বৰাৰ প্ৰশ্ন।

ইপিনে মণিপুৰলৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাকো কোৱাৰেণ্টাইন কৰিব লাগে বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছে।

অসমৰ বিত্ত অৱস্থাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে। কেন্দ্ৰৰ পৰা কিমান টকা পাবলৈ আছে তাৰো হিচাপ ৰাইজক দিব লাগে বুলি দাবী বৰাৰ। লগতে তেওঁ কয় ‘কৃষক নেতা অখিল গগৈক জেলত ভৰাই টোলগেট মুকলি কৰিছে। আগষ্টলৈকে কোনো বিভাগক বিত্ত বিভাগে টকা দিব নোৱাৰে বুলি জাননী জাৰি কৰিছে।’

ভাৰতৰ এক বৃহৎ ভূ-খণ্ড নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পিছতো কেন্দ্ৰ চৰকাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাটো দুৰ্ভাগ্যজনক বুলি কয় বৰাই।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd