চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমত ২০০০ ৰো অধিক খালী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে।
চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমে নলবাৰী মেডিকেল কলেজ এণ্ড হাস্পাতাল, নলবাৰী, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হাস্পাতাল, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজ এণ্ড হাস্পাতাল, নগাঁও আৰু ধুবুৰী মেডিকেল কলেজ এণ্ড হাস্পাতাল, ধুবুৰীত গ্ৰেড-৩ আৰু গ্ৰেড-৪ ৰ ২০০৮ টা খালী পদৰ বাবে আৱেদন আহ্বান কৰিছে।
পদসমূহৰ নাম :
- গ্ৰেড-৩ (কাৰিকৰী)
- গ্ৰেড-৩ (অ-কাৰিকৰী)
- গ্ৰেড-৪
পদৰ সংখ্যা:
- গ্ৰেড-৩ (কাৰিকৰী) : ১০৩১টা
- গ্ৰেড-৩ (অ-কাৰিকৰী) : ৩২০ টা
- গ্ৰেড-৪ : ৬৫৭টা
অৰ্হতা:
অনুগ্ৰহ কৰি দৰমহাৰ গাঁথনি, শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ বাবে বিতং বিজ্ঞাপনটো পঢ়ক (তলত লিংক দিয়া হৈছে)
বয়সৰ সীমা :
- অসংৰক্ষিত: নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪০ বছৰ
- অ’বিচি / এম.অ’.বি.চি. : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪৩ বছৰ
- অনুসূচীত জাতি / অনুসূচীত জনজাতি : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪৫বছৰ
- পিডব্লিউডি : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৫০ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৭ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা ২২ ফেব্ৰুৱাৰী, ২০২৩ লৈ https://dme.assam.gov.in/ ৱেবছাইটৰ জৰিয়তে ওপৰোক্ত পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰে।
বিতং বিজ্ঞাপন : Link 1, Link 2