• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৃত ৩১জন বাংলাদেশীক আদলতত হাজিৰ; ৪জনক ৪ দিনৰ আৰক্ষীৰ জিম্মাত, ৬জনক শিশু সংশোধনী গৃহলৈ

কান্দি কান্দি আদালতত প্ৰৱেশ শিশু আৰু মহিলাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 16, 2018 6:58 pm
আদালতত হাজিৰ কৰোৱাৰ সময়ত বাংলাদেশী নাগৰিককেইজনৰ একাংশ। ফটো : য়ু বি।

আদালতত হাজিৰ কৰোৱাৰ সময়ত বাংলাদেশী নাগৰিককেইজনৰ একাংশ। ফটো : য়ু বি।

537
VIEWS
Share on FacebookShare on Twitter

১৫ অক্তোবৰত গুৱাহাটী ৰেইল ষ্টেইশ্যনৰ পৰা ৰেইল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩১জন সন্দেহজনক বাংলাদেশীক আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলত হাজিৰ কৰোৱা হয়।

কালিৰ পৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছিল সন্দেহজনক বাংলাদেশীকেইজনক। আজি আদালতলৈ নিয়াৰ সময়ত দলটোৰ শিশু, মহিলাসকলক কান্দি কান্দি আদালতত প্ৰৱেশ কৰা দেখা গ’ল।

আদালতে আজি ইয়াৰে ৪জনক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। আন ২৭ জনৰ ৬টি শিশুক শিশু সংশোধনী গৃহলৈ প্ৰেৰণ কৰে। বাকীকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ জিম্মাত দিয়াকেইজনৰ নাম হাচান বিশ্বাস, ছুলেমান ছৰোৱাৰ, মহমদ জামান, আৰু মহমদ বাবু। তেওঁলোকক ২০ অক্তোবৰত পুনৰ আদালতত হাজিৰ কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে।

উল্লেখযোগ্য যে বেংলোৰ এক্সপ্ৰেছৰ যোগে বাংগালোৰৰ পৰা আহি গুৱাহাটীত প্ৰৱেশ কৰিছিল সন্দেহজনক বাংলাদেশীক লোককেইজনে। আৰক্ষীয়ে জনোৱামতে, সন্দেহজনক নাগৰিককেইজনৰ ঘৰ বাংলাদেশৰ দক্ষিণ অংশৰ বাগেৰহাট জিলাত। তেওঁলোক প্ৰায় ২/৩ বছৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বাংগালোৰত সৰু সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল।

১৫ অক্তোবৰত তেওঁলোকে কাঞ্চনজংঘা এক্সপ্ৰেছত আগৰতলালৈ যোৱাৰ কথা আছিল আৰু তাৰ পৰা বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল।

Recent News

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd