• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 4:00 pm
114
VIEWS
Share on FacebookShare on Twitter

কিছু দিনৰ পৰা এটা নামে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰি আহিছে। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খলকনি তুলা অৰ্চিতা ফুকনৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি অৰ্চিতা ফুকন কোনো নীলা ছবিৰ নায়িকা নহয়। তেওঁ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা আৰু অসমতেই বাস কৰে, আমেৰিকাত নহয়।

কেইবাদিন ধৰি তেওঁৰ নাম ভাইৰেল হৈ আছে। অৰ্চিতা ফুকনৰ নাম প্ৰথমতে তেওঁ আমেৰিকা নিবাসী বুলি চৰ্চা হৈছিল। কিন্তু অৰ্চিতা ফুকন কোন? তেওঁ সঁচাকৈ বাস্তৱৰ মানুহ নে? এই প্ৰশ্নই সকলোৰে মনত উদয় হৈছিল।

নেটিজেনসকলে অৰ্চিতাৰ বিষয়ে জানিবলৈ বিভিন্ন কীৱৰ্ডৰে চাৰ্চ কৰিছিল, যেনে— “অৰ্চিতা ভিডিঅ’ ভাইৰেল অৰিজিনেল”, “বেবী ডল আৰ্চি ভাইৰেল ভিডিঅ’”, “আৰ্চিতা ভিডিঅ’ ভাইৰেল লিংক” ইত্যাদি। এগৰাকী অসমীয়া যুৱতীৰ নাম হঠাতে ভাইৰেল হোৱাত নেটিজেনৰ কৌতূহল বাঢ়িছিল। পিছত প্ৰকাশ পাইছিল যে অৰ্চিতা ফুকন AIৰ জৰিয়তে সৃষ্টি কৰা এটা চৰিত্ৰ বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পিছতে আৰম্ভ হৈছিল নতুন চৰ্চা।

ইয়াৰ মাজতে অৰ্চিতা ফুকনৰ বিষয়ে এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, অৰ্চিতা ফুকনে কোনো নীলা ছবিত কাম কৰা নাই। তেওঁ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা আৰু অসমতেই থাকে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা তথ্যৰ দৰে তেওঁ আমেৰিকালৈ গৈ কাৰো সৈতে সাক্ষাৎ কৰা নাই। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, অৰ্চিতা চাইবাৰ অপৰাধৰ বলি হৈছে। এই ঘটনাৰ সৈতে তেওঁৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা জড়িত।

প্ৰতিম বৰাই AIৰ জৰিয়তে অৰ্চিতাৰ ফটো মৰ্ফ কৰি ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল, য’ত কেৱল অৰ্চিতাৰ মুখৰ সামান্য অংশ মিল আছিল, বাকী দেহৰ অংশ সম্পূৰ্ণৰূপে মৰ্ফ কৰা হৈছিল। তিনিচুকীয়াৰ প্ৰতিম বৰাই প্ৰতিশোধ ল’বলৈ এই জঘন্য কাণ্ড সংঘটিত কৰিছিল বুলি অভিযোগ।

ইতিমধ্যে প্ৰতিম বৰাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৰ্চিতা ফুকনে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd