Indo-Myanmar-FriendshipGate

ঐতিহাসিক সূচনা : আজি মুকলি কৰা হ’ব ভাৰত-ম্যানমাৰৰ মাজৰ স্থলপথ

দশকজোৰা অপেক্ষাৰ অন্তত আজি ৮ আগষ্টত ভাৰত আৰু ম্যানমাৰৰ মাজত যাতায়াত আৰু বাণিজ্যৰ বাবে নিৰ্মিত স্থলপথটো মুকলি কৰা হ’ব। দুয়োখন ...

মাৰ্ঘেৰিটাত ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ

মাৰ্ঘেৰিটাত ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ

আজি মাৰ্ঘেৰিটাৰ বৰগোলাইত এজন যুৱকে এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। সঞ্জু ...

Assam-sahitya-sabha

অহা ১২ আগষ্টত ‘আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস’ উপলক্ষে অসম সাহিত্য সভাৰ আলোচনা চক্ৰ

অহা ১২ আগষ্ট অৰ্থাৎ দেওবাৰে 'আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস' উপলক্ষে অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উদ্যোগত আৰু মাহেকীয়া ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ৰ ...

Panchayat

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও ১৫ ছেপ্টেম্বৰৰ ভিতৰত নহ’ব পঞ্চায়ত নিৰ্বাচন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকা সত্ত্বেও ৰাজ্যৰ নিৰ্বাচন আয়োগে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ ...

Koraiba Wilson

ৰে’লত মহিলাৰ নিৰাপত্তাহীনতা অব্যাহত : এইবাৰ বি জি এক্সপ্ৰেছত ধৰ্ষণৰ পৰা কোনোমতে বাচিল এজনী ছোৱালী

যোৱা ১০ জুলাইত ৰে’লত শিৱসাগৰৰ ৰাধা কুমাৰী নামৰ এগৰাকী যুৱতীক মাকে ৰে’লত উঠাই থৈ যোৱাৰ দহ-পোন্ধৰ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই ধৰ্ষণ ...

আলফা (স্বাঃ)

উজনিত আলফা স্বাধীনৰ সদস্য ভৰ্তি অভিযান তীব্ৰতৰ হৈছে : সেনাৰ হাতত ধৃত যুৱকৰ বিস্ফোৰক স্বীকাৰোক্তি

স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত কূটাঘাত মূলক কাৰ্যকলাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ তৎপৰতা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা গৈছে। ...

ElephantMorningWalk

মহানগৰীত বনৰীয়া হাতীৰ ‘মৰ্নিং ৱাক’ : সংগ দিলে বনকৰ্মী আৰু বহুতো নাগৰিকে

আজি পুৱাই মহানগৰীৰ ৰাজপথৰ মাজেৰে এটা প্ৰকাণ্ড বনৰীয়া দঁতাল হাতীয়ে ভালকৈ এপাক মাৰি যায়। ঘটনাটোৱে বহুতকে আমোদ দিয়াৰ লগতে আন ...

80af903a-d21a-4780-9c6d-c592cecd0a90

নগাঁৱত অৱহেলিত অৱস্থাত পৰি আছে মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ স্মৃতি সৌধ

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ পবিত্ৰ স্মৃতিত নগাঁও নেহৰুবালিৰ কাষতে নিৰ্মাণ কৰা হৈছিল এটা স্মৃতি সৌধ। কিন্তু আজিলৈকে ...

Page 5643 of 6550 1 5,642 5,643 5,644 6,550

Recent News